• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শৃংখল চলিহাৰে সম্পৰ্ক! : দুঘন্টা ধৰি চিআইডিৰ জেৰা প্ৰাক্তন বিধায়ক কংগ্ৰেছী সুশান্ত বৰগোহাঁইক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 20, 2020 5:53 pm
susanta(1)

প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই

11.9k
VIEWS
Share on FacebookShare on Twitter

উলুবাৰীস্থিত অসম আৰক্ষীৰ চিআইডিৰ মুখ্য কাৰ্যালয়ত আজি হাজিৰ হয় থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই।

৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত চিআইডিএ চমন জাৰি কৰিছিল বৰগোঁহাইলৈ।

কা বিৰোধী অন্দোলনত জড়িত থকা অভিযোগত চমন দিয়া হৈছিল প্ৰাক্তন বিধায়ক গৰাকীক।

প্ৰায় দুঘন্টা সময় প্ৰাক্তন বিধায়কগৰাকীক জেৰা অব্যাহত ৰাখে চিআইডিএ৷

জেৰাৰ অন্তত সাংবাদিকৰ আগত বৰগোহাঁয়ে কয়, ‘কৰবাত হয়টো ৰাজনৈতিক ষড়যন্ত্ৰ আছে৷ যদিও আৰক্ষীয়ে কৈছে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ নাই৷’

‘তেখেতসকলে যেনেকৈ জেৰা কৰিব লাগে তেনেকৈয়ে কৰিছে৷ তেওঁলোকে কৈছে শৃংখল চলিহাৰ লগত ডাঙৰ সম্পৰ্ক আছে৷ সম্পৰ্ক থকাটো কেনেকৈ জনিলে সোধাত কলে ফোন কলৰ সবিশেষ থকা বুলি কৈছে৷ লোকসভা নিৰ্বাচনৰ সময়ত শৃংখলৰ লগত ডেৰ মিনিটৰ এটা আউট গয়িং কল দেখুৱাই মাতিছিল।’ তেওঁ কয়।

প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কা’ বিৰোধী  আন্দোলন ৯ মাহৰ পূবে শৃংখলৰ লগত কথা পতা তথ্য পাইছে। তাৰ পিছত কেনেকৈ কা’ বিৰোধী আন্দোলনৰ লগত জড়িত থকা বুলি তদন্তকাৰী দলক প্ৰশ্ন কৰাত তেওঁলোকে এটা এঙ্গল পোৱা বুলিহে কয়।

সেই প্ৰসঙ্গত তেওঁ কয়, ‘চৰকাৰৰ সমাজ বিৰোধী কাম-কাজত মাত মাতিছো আৰু মাতিম। কিন্তু এই ধৰণৰ ষড়যন্ত্ৰই গণতন্ত্ৰৰ ধ্বংস কৰিব। হিংসা, ধ্বংসৰ জৰিয়তে আমি কোনো দিনে সমাজ সৃষ্টি কৰিব বিচৰা নাই।’

বৰগোহাঁয়ে লগতে কয় ‘ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী হিচাপে মই  চৰকাৰৰ সমাজ বিৰোধী নীতিত মাত মাতি যাম৷এনে এখন সমাজ য’ত সকলোৱে মত ৰাখিব লাগে ৷ ক’ৰ’নাৰ ভযাৱহতাৰ সময়তো আমি চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত৷’

ক’ৰ’নাৰ আতংকৰ সময়তে চিআইডিয়ে মতাটো উচিত আছিল নে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত কয়, ‘মোৰ এজনী সৰু ছোৱালী আছে৷ মোৰ ঘৰত বৃদ্ধা মা আছে৷ ক’ৰ’নাৰ ভয়াৱহতাৰ বাবে তিনিমাহ ঘৰত সোমাই আছো৷ কিন্তু  হঠাৎ গুৱাহাটী নিচিনা জেগাত য’ত কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰো বা মোৰ ঘৰৰ কণমানি আৰু মাৰ আক্ৰান্ত হ’ব পাৰে৷ তেতিয়া কিন্তু কোনে আজি দোষ লব।’

ৰাজ্যখন এনেদৰে পৰিচালিত হওক যাতে আমি সকলোৱে মিলি এক সুস্থ গনতন্ত্ৰৰ বাতাবৰণ সৃষ্টি কৰিব পাৰো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহায়ে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd