• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৃংখল চলিহাৰে সম্পৰ্ক! : দুঘন্টা ধৰি চিআইডিৰ জেৰা প্ৰাক্তন বিধায়ক কংগ্ৰেছী সুশান্ত বৰগোহাঁইক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 20, 2020 5:53 pm
susanta(1)

প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উলুবাৰীস্থিত অসম আৰক্ষীৰ চিআইডিৰ মুখ্য কাৰ্যালয়ত আজি হাজিৰ হয় থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই।

৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত চিআইডিএ চমন জাৰি কৰিছিল বৰগোঁহাইলৈ।

Apply Now

কা বিৰোধী অন্দোলনত জড়িত থকা অভিযোগত চমন দিয়া হৈছিল প্ৰাক্তন বিধায়ক গৰাকীক।

প্ৰায় দুঘন্টা সময় প্ৰাক্তন বিধায়কগৰাকীক জেৰা অব্যাহত ৰাখে চিআইডিএ৷

জেৰাৰ অন্তত সাংবাদিকৰ আগত বৰগোহাঁয়ে কয়, ‘কৰবাত হয়টো ৰাজনৈতিক ষড়যন্ত্ৰ আছে৷ যদিও আৰক্ষীয়ে কৈছে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ নাই৷’

‘তেখেতসকলে যেনেকৈ জেৰা কৰিব লাগে তেনেকৈয়ে কৰিছে৷ তেওঁলোকে কৈছে শৃংখল চলিহাৰ লগত ডাঙৰ সম্পৰ্ক আছে৷ সম্পৰ্ক থকাটো কেনেকৈ জনিলে সোধাত কলে ফোন কলৰ সবিশেষ থকা বুলি কৈছে৷ লোকসভা নিৰ্বাচনৰ সময়ত শৃংখলৰ লগত ডেৰ মিনিটৰ এটা আউট গয়িং কল দেখুৱাই মাতিছিল।’ তেওঁ কয়।

প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কা’ বিৰোধী  আন্দোলন ৯ মাহৰ পূবে শৃংখলৰ লগত কথা পতা তথ্য পাইছে। তাৰ পিছত কেনেকৈ কা’ বিৰোধী আন্দোলনৰ লগত জড়িত থকা বুলি তদন্তকাৰী দলক প্ৰশ্ন কৰাত তেওঁলোকে এটা এঙ্গল পোৱা বুলিহে কয়।

সেই প্ৰসঙ্গত তেওঁ কয়, ‘চৰকাৰৰ সমাজ বিৰোধী কাম-কাজত মাত মাতিছো আৰু মাতিম। কিন্তু এই ধৰণৰ ষড়যন্ত্ৰই গণতন্ত্ৰৰ ধ্বংস কৰিব। হিংসা, ধ্বংসৰ জৰিয়তে আমি কোনো দিনে সমাজ সৃষ্টি কৰিব বিচৰা নাই।’

বৰগোহাঁয়ে লগতে কয় ‘ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী হিচাপে মই  চৰকাৰৰ সমাজ বিৰোধী নীতিত মাত মাতি যাম৷এনে এখন সমাজ য’ত সকলোৱে মত ৰাখিব লাগে ৷ ক’ৰ’নাৰ ভযাৱহতাৰ সময়তো আমি চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত৷’

ক’ৰ’নাৰ আতংকৰ সময়তে চিআইডিয়ে মতাটো উচিত আছিল নে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত কয়, ‘মোৰ এজনী সৰু ছোৱালী আছে৷ মোৰ ঘৰত বৃদ্ধা মা আছে৷ ক’ৰ’নাৰ ভয়াৱহতাৰ বাবে তিনিমাহ ঘৰত সোমাই আছো৷ কিন্তু  হঠাৎ গুৱাহাটী নিচিনা জেগাত য’ত কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰো বা মোৰ ঘৰৰ কণমানি আৰু মাৰ আক্ৰান্ত হ’ব পাৰে৷ তেতিয়া কিন্তু কোনে আজি দোষ লব।’

ৰাজ্যখন এনেদৰে পৰিচালিত হওক যাতে আমি সকলোৱে মিলি এক সুস্থ গনতন্ত্ৰৰ বাতাবৰণ সৃষ্টি কৰিব পাৰো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহায়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd