• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্য চৰকাৰে অসম আৰক্ষীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে; দেবব্ৰত শইকীয়া

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 21, 2020 7:27 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিজেপি চৰকাৰে অসম আৰক্ষীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকাৰ অভিযোগ আনিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্টাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে থাওৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাইক জেৰা চলোৱা কাৰ্য্যক সমালোচনা কৰি উক্ত অভিযোগ আনে।

Apply Now

শইকীয়াই কয়, ‘আমাৰ দেশ এখন গণতান্ত্ৰিক দেশ। বিৰোধী দলে চৰকাৰক সমালোচনা কৰাৰ সাংবিধানিক অধিকাৰ আছে। এই কথা কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰে যিমান সোনকালে উপলব্ধি কৰিব তেওঁলোকৰ প্ৰতি মংগলদায়ক হ’ব।‘

‘নাগৰিকত্ব সংশোধিত আইনে যিহেতু অসম চুক্তিক উলংঘা কৰে সেয়ে আমাৰ দলে ইয়াৰ প্ৰতিবাদ কৰিছিলো। এই প্ৰতিবাদ অসমৰ স্বাৰ্থত আছিল। ই কেতিয়াও দোষনীয় নহয়।‘ শইকীয়াই কয়।

উল্লেখযোগ্য যে কা বিৰোধী অন্দোলনত জড়িত থকা অভিযোগত কালি অৰ্থাৎ ২০ মে’ত উলুবাৰীস্থিত অসম আৰক্ষীৰ চিআইডিৰ মুখ্য কাৰ্যালয়ত সুশান্ত বৰগোহাঁইক জেৰা চলোৱা হৈছিল।

লগতে পঢ়ক শৃংখল চলিহাৰে সম্পৰ্ক! : দুঘন্টা ধৰি চিআইডিৰ জেৰা প্ৰাক্তন বিধায়ক কংগ্ৰেছী সুশান্ত বৰগোহাঁইক

শইকীয়াই লগতে কয়, ‘চৰকাৰৰ ভূল নীতিক সমালোচনা কৰাৰ বাবেই বিজেপি চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰি আমাৰ দল আৰু চৰকাৰ বিৰোধী অন্য দলৰ নেতাসকলক জে’ললৈ নিক্ষেপ কৰিবলৈ চেষ্টা চলাই আছে।’

চৰকাৰৰ এই কাৰ্যক অতি দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি আখ্যা দি দলপতি গৰাকীয়ে কংগ্ৰেছ দলে সদায় ৰাইজৰ স্বাৰ্থত মাত মাতি যাব বুলি মন্তব্য কৰে।

‘অসম চৰকাৰক অনুৰোধ জনাম তেওঁলোকে যাতে এনেধৰনৰ কোনো নীতি নলয় যাৰ যোগেদি তেওঁলোকে আমাৰ দেশৰ সংবিধানক, গনতন্ত্ৰক পদাঘাত কৰে৷ শইকীয়াই কয়।

বৰ্তমান অৱস্থাৰ পৰিৱৰ্তন হ’লে পুনৰ ৰাজপথত ‘কা’ বিৰোধী আন্দোলন কৰিম বুলি উল্লেখ কৰি শইকীয়াই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক অসম আৰক্ষীক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ ‘সকিয়াই’ দিয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd