• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ প্ৰভাৱ; আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱা হিচাপে নাম অন্তৰ্ভূক্ত ৩৮.৬ মিলিয়ন লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2020 12:37 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহভাৱে জোকাৰি যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত সপ্তাহত নতুনকৈ ২.৪ মিলিয়ন লোকে নিবনুৱা হিচাপে নিজৰ নাম অন্তৰ্ভূক্ত কৰে।

বিগত সপ্তাহত নিবনুৱা হিচাপে নাম অন্তৰ্ভূক্ত কৰা ২.৪ মিলিয়ন লোকক ধৰি বিগত ৯ সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ৩৮.৬ মিলিয়ন লোকে নিবনুৱা হিচাপে নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়া, নিউয়ৰ্ক আৰু ৱাশ্বিংটন আদিত নিবনুৱাৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তে আমেৰিকাত নিবনুৱাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

এগৰাকী বিশেষজ্ঞই দাবী কৰা মতে আমেৰিকাত ২০২১ লৈ নিবনুৱাৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত বৰ্তমানলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

আমেৰিকাত ১৫ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ৯০ হাজাৰতকৈ অধিক লোকৰ ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হৈছে।

আমেৰিকাত ক’ৰ’নাৰ সংক্ৰমণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা নিবনুৱা সমস্যাই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে যথেষ্ট চিন্তিত কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm
ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তোলপাৰৰ মাজতে ৪২গৰাকী প্ৰাক্তন ন্যায়াধীশৰ মুকলি পত্ৰ

October 8, 2026 5:41 pm
ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd