• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাঞ্চল্যকৰ হত্যাকাণ্ড : তেলংগানা ৱাৰাঙ্গলৰ গাঁতৰ পৰা উদ্ধাৰ ৯ টাকৈ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 10:41 am
Handcuff-1024x594-1140x570

প্রতিনিধিত্বমূলক ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলংগানাৰ ৱালাঙ্গলত এটা গাঁতৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰিছে স্থানীয় আৰক্ষীয়ে।

ঘটনাটোৱে ইতিমধ্যে তেলেংগানা সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

আৰক্ষীৰ সূত্ৰৰ মতে সোমবাৰে উক্ত মৃতদেহকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত গোৰেকুন্তা গাঁৱৰ পৰা সঞ্জয় যাদৱ নামৰ এজন ২৪ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ ছটা গোটে পৃথকে পৃথকে মাৰাথন জেৰা চলাইছে।

অভিযুক্ত সঞ্জয় যাদৱ বিহাৰৰ আৰু তেওঁ যোৱা ছটা বছৰে তেলেংগানাৰ উক্ত গাঁওখনত বাস কৰিছিল।

ৱাৰাঙ্গলৰ আৰক্ষী অধীক্ষক ভি ৰবীন্দ্ৰই সংবাদ মাধ্যমক কয় যে, অভিযুক্তই পূৰ্বে পৰিয়ালটোৰ সম্পৰ্কীয় এগৰাকী মহিলাৰ হত্যাৰ বিষয়টোক গাপ দিবলৈ এই হত্যাকাণ্ডটো সংঘটিত কৰিছে।

‘এটা হত্যাকাণ্ডক গাপ দিবলৈ তেওঁ ৯ টা হত্যাকাণ্ড সংঘটিত কৰিলে।’ আৰক্ষী অধীক্ষকে কয়।

‘হত্যাকাৰীয়ে খাদ্যত শ্লিপিং পিল মিহলাই দিয়ে আৰু সংজ্ঞাহীন হোৱাৰ পিছত লোককেইজনক টানি নি এটা গাঁতত পেলাই দিয়ে।’ আৰক্ষীয়ে কয়।

মৃত মাছুদ নামৰ লোকজন পশ্চিমবংগৰ পৰা প্ৰব্ৰজন কৰি যোৱা ২০ বছৰে তেলেংগানাত বাস কৰিছিল। মাছুদৰ লগতে পৰিবাৰ, জী আৰু ৩ বছৰীয়া নাতিকো হত্যা কৰা হৈছে।

এদিনৰ পিছতে পুনৰ মাছুদৰ দুই পুত্ৰ আৰু তেওঁলোকৰ সৈতে একেলগে কৰ্মৰত এজন বন্ধু আৰু অন্য দুজন লোকৰ মৃতদেহটো উক্ত গাটৰ পৰা উদ্ধাৰ কৰা হয়।

মৃতদেহকেইটাত আৰক্ষীয়ে কোনো আঘাতৰ চিহ্ন দেখা নাছিল আৰু ফৰেনছিক বিশেষজ্ঞই এয়া আত্মহত্যা নহয় বুলিও নিশ্চিত কৰে।

তদন্ত আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে যাদৱক গ্ৰেপ্তাৰ কৰাৰ পিছতে যাদৱে উক্ত ৯ জন লোকক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

মাছুদৰ পত্নীৰ সন্ধানহীন ভতিজীক ৬ বছৰ পূৰ্বে যাদৱে হত্যা কৰিছিল আৰু মাছুদৰ পত্নীয়ে সন্ধানহীন ভতিজীৰ কথা আৰক্ষীক অৱগত কৰিম বুলি কোৱাৰ বাবেই পৰিয়ালটোৰ সৈতে ৯ জন লোকক হত্যা কৰাৰ বুলি যাদৱে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীৰ মতে হত্যাকাৰী যাদৱে ছবছৰ পূৰ্বে হত্যা কৰা মহিলাগৰাকীৰ তিনি সন্তানৰ সৈতে চাৰি বছৰ ধৰি একেলগে আছিল।

পিছত মহিলাগৰাকীৰ এগৰাকী কন্যাৰ লগত যাদৱে সম্পৰ্কলৈ আহে।

এই কথা গম পাই মহিলাগৰাকীয়ে কন্যাৰ বিয়াৰ কথা পাতিবলৈ পশ্চিমবংগলৈ ৰে’লেৰ যাত্ৰা কৰে। উক্ত যাত্ৰা পথতে যাদৱে গাখীৰত শ্লিপিং পিল মিহলাই মহিলাগৰাকীক খোৱাই আৰু সংজ্ঞাহীন হোৱাৰ পিছত গলা মুচুৰি ট্ৰেইনৰ পৰা মহিলাগৰাকীৰ মৃতদেহটো পেলাই দিয়ে।

পিছত যাদৱে উভতি গৈ মহিলাগৰাকীৰ সন্তানসকলক কয় যে পশ্চিমবংগৰ পৰিয়ালৰ লগতে তেওঁ থাকি আহিল।

নিহত মাছুদৰ পত্নীয়ে দীৰ্ঘদিন মহিলাগৰাকীৰ সন্ধান নোপোৱাত আৰক্ষী জনোৱাৰ কথা কৈ অহাত যাদৱে তেওঁলোকক খাদ্যত শ্লিপিং টেবলেট মিহলাই হত্যা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd