• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বীপনজ্যোতি ফুকনৰ অপহৰণ কাণ্ডত সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি : সোণোৱালক ইতিহাসৰ কলংকিত মুখ্যমন্ত্ৰীৰ আখ্যা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 31, 2020 3:06 pm
20200531_140327
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সৰ্বানন্দ সোণোৱাল এজন অকৰ্মণ্য মুখ্যমন্ত্ৰী, তেজ দিম তেল নিদিও শ্ল’গান দিয়া মুখ্যমন্ত্ৰীয়ে আঁভুৱা ভাৰিছে অসমৰ জনতাক। মুখ্যমন্ত্ৰীয়ে পুনৰ অসমত গুপ্তহত্যাৰ পাতনি মেলিছে। অসমৰ ইতিহাসত সবাটোতকৈ কলংকিত মুখ্যমন্ত্ৰী হৈ ৰ’ব সৰ্বানন্দ সোনোৱাল।’ এই কথা প্ৰকাশ কৰে শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

শুকুৰবাৰে নিশা চাবুৱাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দ্বীপনজ্যোতি ফুকনক তেওঁৰ নিজ গাঁৱৰ পৰা মুখত ক’লা কাপোৰ বন্ধা কোনো অচিনাক্ত দূৰ্বৃত্তই এখন বলেৰ’ গাড়ীত তুলি অপহৰণ কৰি নিছিল।

Apply Now

উল্লেখ্য যে, দ্বীপনজ্যোতি ফুকনক প্ৰায় ডেৰ ঘন্টা ধৰি গাড়ীত ঘূৰাই হাত ভৰি বান্ধি টেঙাখাত নদীৰ ওচৰৰ দলং  এখনত পেলই থৈ যোৱাৰ লগতে তেওঁক মৃত্যুৰ ভাবুকি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

এই ঘটনাক লৈ ব্যাপক  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰিতুমণি হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দ্বীপনজ্যোতি ফুকনক অচিনাক্ত দূৰ্বৃত্তই অপহৰণ কৰি মৃত্যুৰ ভাবুকি দিয়া ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে।

তেওঁ কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত পুনৰ গুপ্তহত্যাৰ পৰিবেশ সৃষ্টি কৰিছে।

মুখ্যমন্ত্ৰীৰ ইচ্ছামতেই কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীৰ ওপৰত গুপ্তহত্যাকাৰী দলে আক্ৰমণ চলাইছে বুলিও মন্তব্য কৰে তেওঁ।

ইয়াৰ জলন্ত উদাহৰণ চাবুৱাৰ দ্বীপনজ্যোতি ফুকনৰ অপহৰণৰ ঘটনা বুলি কয় ৰিতুমণি ফুকনে।

মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক এনে ধৰণৰ ঘটনাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ছাত্ৰ মুক্তি সংগ্ৰাহ সমিতিয়ে।

অন্যথা অসমৰ জনগণে তেওঁক ইতিহাসৰ  আটাইতকৈ কলংকিত মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিব।

আনহাতে অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

এসময়ত তেজ দিম তেল নিদিও বুলি শ্ল’গান দিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ তৈলক্ষেত্ৰসমুহ বিক্ৰী কৰি অসমৰ জনতাক আভুৱা ভাৰিছে বুলিও উল্লেখ কৰিছে বিবৃতিটোত।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd