• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমি চৰকাৰৰ আহ্বান মানিছো, চৰকাৰেও আমাৰ আহ্বান মানি লওক : গৃহবন্দী জনতাৰ আহ্বান

ইয়াছিন আলী by ইয়াছিন আলী
June 1, 2020 5:30 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ স্বাস্থ্য বিজ্ঞানক ভেঙুচালি মাৰি নিজৰ অস্তিত্ব অটুট ৰখিছে ক’ৰ’নাই। মহামাৰী ক’ৰ’নাক ৰুধিবলৈ দেশজুৰি চলা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সমাপ্তি ঘটি আজিৰ পৰা আৰম্ভ হ’ল পঞ্চম পৰ্যায়ৰ লকডাউন।

এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে দুখীয়া শ্ৰেণীৰ সকলো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথবোৰ বন্ধ হৈ পৰিছে। শ্ৰমিক শ্ৰেণীৰ প্ৰায়বোৰ পৰিয়ালে ভোকে পিয়াহে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

এই সংকটৰ সময়ত বিভন্ন হৃদয়বান ব্যক্তিয়ে দুই এজনক সাহায্য প্ৰদান কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। ইফালে লকডাউনৰ মাজতে প্ৰৱল বানপানী, গৰাখহনীয়া, ধুমুহাই বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক।

প্ৰকৃতিৰ ৰুষ্টতাত ত্ৰস্তমান, জুৰুলা, সকলো হেৰুৱাই দিক বিদিক নোপোৱা হৈছে দৰিদ্ৰ লোকসকল। কটকটীয়া লকডাউনৰ প্ৰতি পূৰ্ণ সহাৰি সকলো ৰাইজ স্ব ইচ্ছাই গৃহবন্দী।

ইয়াৰ মাজতে আহিল প্ৰৱল ধুমুহা আৰু বানপানী। ধুমুহাই তচনচ কৰি যোৱাৰ পিছতেই আকৌ বানে বুৰালে কৃকষৰ মূৰৰ ঘাম মাটিত পেলাই বুকু ভৰা আশাৰে গঢ়ি তোলা ধাননি পথাৰৰ লগতে আন-আন শস্যভূমি।

ইফালে গৰাখহনীয়াই ধাৰণ কৰিলে ৰুদ্ৰমূৰ্তি যাৰ বাবে জাহ গ’ল শ-শ বিঘা এনে ভূমিৰ লগতে শস্য ভূমি। বৃহত্তৰ কোকিলা, শৌলমাৰী, চাকলা, নাম্বাৰপাৰা, নোৱাগাও, বাংলাপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, বালাৰচৰকে আদি বহু কেইখন গাৱঁৰ ধাননি পথাৰ সম্পূৰ্ণ ৰূপে পানীৰ তলত।

ঘৰতে বহি চকুলো টুকিব লগা হৈছে কৃষক সকল। উপায়ন্তৰ কৃষক সকলোৰ যেন নেদেখা জনেই হৈ পৰিছে শেষ ভৰষা।

“আমি চৰকাৰে দিয়া লকডাউন মানি চলিছো, আমি চৰকাৰৰ আহ্বান মানিছো, চৰকাৰে আমাৰ আহ্বান মানিব লাগে”, এই দাবী জনায় বৃহত্তৰ অঞ্চলৰ একাংশ কৃষক সকলে।

চৰকাৰৰ লকডাউনৰ প্ৰতি সহাৰি জনাই এই উত্থাপন কৰে কৃষক সকলে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd