• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমি চৰকাৰৰ আহ্বান মানিছো, চৰকাৰেও আমাৰ আহ্বান মানি লওক : গৃহবন্দী জনতাৰ আহ্বান

ইয়াছিন আলী by ইয়াছিন আলী
June 1, 2020 5:30 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ স্বাস্থ্য বিজ্ঞানক ভেঙুচালি মাৰি নিজৰ অস্তিত্ব অটুট ৰখিছে ক’ৰ’নাই। মহামাৰী ক’ৰ’নাক ৰুধিবলৈ দেশজুৰি চলা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সমাপ্তি ঘটি আজিৰ পৰা আৰম্ভ হ’ল পঞ্চম পৰ্যায়ৰ লকডাউন।

এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে দুখীয়া শ্ৰেণীৰ সকলো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ পথবোৰ বন্ধ হৈ পৰিছে। শ্ৰমিক শ্ৰেণীৰ প্ৰায়বোৰ পৰিয়ালে ভোকে পিয়াহে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

Apply Now

এই সংকটৰ সময়ত বিভন্ন হৃদয়বান ব্যক্তিয়ে দুই এজনক সাহায্য প্ৰদান কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। ইফালে লকডাউনৰ মাজতে প্ৰৱল বানপানী, গৰাখহনীয়া, ধুমুহাই বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক।

প্ৰকৃতিৰ ৰুষ্টতাত ত্ৰস্তমান, জুৰুলা, সকলো হেৰুৱাই দিক বিদিক নোপোৱা হৈছে দৰিদ্ৰ লোকসকল। কটকটীয়া লকডাউনৰ প্ৰতি পূৰ্ণ সহাৰি সকলো ৰাইজ স্ব ইচ্ছাই গৃহবন্দী।

ইয়াৰ মাজতে আহিল প্ৰৱল ধুমুহা আৰু বানপানী। ধুমুহাই তচনচ কৰি যোৱাৰ পিছতেই আকৌ বানে বুৰালে কৃকষৰ মূৰৰ ঘাম মাটিত পেলাই বুকু ভৰা আশাৰে গঢ়ি তোলা ধাননি পথাৰৰ লগতে আন-আন শস্যভূমি।

ইফালে গৰাখহনীয়াই ধাৰণ কৰিলে ৰুদ্ৰমূৰ্তি যাৰ বাবে জাহ গ’ল শ-শ বিঘা এনে ভূমিৰ লগতে শস্য ভূমি। বৃহত্তৰ কোকিলা, শৌলমাৰী, চাকলা, নাম্বাৰপাৰা, নোৱাগাও, বাংলাপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, বালাৰচৰকে আদি বহু কেইখন গাৱঁৰ ধাননি পথাৰ সম্পূৰ্ণ ৰূপে পানীৰ তলত।

ঘৰতে বহি চকুলো টুকিব লগা হৈছে কৃষক সকল। উপায়ন্তৰ কৃষক সকলোৰ যেন নেদেখা জনেই হৈ পৰিছে শেষ ভৰষা।

“আমি চৰকাৰে দিয়া লকডাউন মানি চলিছো, আমি চৰকাৰৰ আহ্বান মানিছো, চৰকাৰে আমাৰ আহ্বান মানিব লাগে”, এই দাবী জনায় বৃহত্তৰ অঞ্চলৰ একাংশ কৃষক সকলে।

চৰকাৰৰ লকডাউনৰ প্ৰতি সহাৰি জনাই এই উত্থাপন কৰে কৃষক সকলে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd