• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্তব্যত গফিলতি কৰা বিষয়া-কৰ্মচাৰী সকলক ৰেহাই দিয়া নহ’ব; বৰপেটাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

শংশাক তালুকদাৰ by শংশাক তালুকদাৰ
June 2, 2020 11:36 pm
Lockodown: No politics, help poor, says Assam minister Pramilarani Brahma

প্ৰমীলাৰাণী ব্ৰহ্ম।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম‌ই শিশু আৰু প্ৰসূতি মহিলা সকলৰ মাজত বিভাগৰ দ্বাৰা দিবলগীয়া খাদ্য সামগ্ৰী সমূহৰ বিতৰণত হীন-দেৰি কৰা সকলক ৰেহাই দিয়া নহ’ব বুলি পুণৰ বাৰ সকীয়াই দিছে।

বৰপেটা জিলাৰ একাংশ অংগনবাড়ী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ বুজ লবলৈ আজি ততাতৈয়াকৈ বৰপেটাত আহি উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে এখন পৰ্যালোচনা সভাত অংশলৈ এইদৰে কয়।

Apply Now

সভাত তেওঁ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া সকলৰ উপৰি অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলক এই কাম চাকৰি হিচাপে গ্ৰহণ নকৰি সমাজৰ সেৱা হিচাবে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই ক্ষেত্ৰত গফিলতি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ সকলোকে স্পষ্ট কৰি দিয়ে।

”ল’কডাউনৰ সময়ত অভাৱগ্ৰস্ত শিশু আৰু প্ৰসূতি সকলক ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণৰ বাবে নিৰ্দেশ দিয়া হৈছিল। বহুতে এই কাম ভালদৰে কৰিছে যদিও কিছুমানে কৰা নাই বুলি অভিযোগ পোৱাটো অতি দুৰ্ভাগ্যজনক,” মন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ বিভাগটোক ৰাইজৰ সেৱাত, দুখীয়া পৰিয়ালৰ লোক সকলৰ শিশু-মাতৃসকলৰ পৰিপুষ্টি আৰু শিক্ষা লাভত আত্মনিয়োগ কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়।

প্ৰমীলাৰাণী ব্ৰহ্মৰ সৈতে এই ভ্ৰমণৰ সময়ত সমাজ কল্যাণ বিভাগৰ সঞ্চালক দেবলীনা দেবীয়েও সংগ দিয়ে।

উল্লেখযোগ্য যে, বাঘবৰ সমষ্টিৰ মন্দিয়াৰ এটা অঙ্গনবাড়ী কেন্দ্ৰত সমিতি গঠন আৰু খাদ্য বিতৰণক কেন্দ্ৰ কৰি কালি একাংশ লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা ঘটনাত উদ্বিগ্ন হৈ মন্ত্ৰী গৰাকীয়ে আজি ততাতৈয়াকৈ বৰপেটালৈ আহি ঘটনাৰ বুজ লোৱাৰ লগতে গোটেই ঘটনাটোত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে।

সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সোণাশ্ৰী ব্ৰহ্ম উপৰি সকলো সংহত শিশু বিকাশ প্ৰকল্প বিষয়া আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ মুখ্য সহায়িকা সকলো উপস্থিত থাকে।

শংশাক তালুকদাৰ

শংশাক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am
দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd