• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ১৫১জন কোভিড-১৯পজিটিভ চিনাক্ত; ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৩০৯ জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 6:38 am
102 persons test COVID-19 positive in Tripura

প্ৰতিনিধিত্বমূলক ফটো

9.8k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা অসমত আৰু ১৫১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰে সৈতে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪৩০৯জনলৈ বৃদ্ধি পালে।

অৱশ্যে, এই পজিটিভ চিনাক্ত হোৱাসকল কোন স্থানৰ সেইকথা প্ৰকাশ কৰা হোৱা নাই।

অসমত ২২০৫ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৯৩ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে আঠগৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

📌Alert ~ 151 new #COVID19+ cases have been reported in Assam today.

↗️Total cases 4309
↗️Recovered 2205
↗️Active cases 2093
↗️Deaths 08

11:50 PM /June 15/Day's total as of now 191#AssamCovidCount pic.twitter.com/QUTKxy82ar

— Himanta Biswa Sarma (@himantabiswa) June 15, 2020

আনহাতে, সোমবাৰে দিনৰ ভাগত ৪০জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই পজিটিভ চিনাক্ত হোৱাসকলৰ ভিতৰত আছিল যোৰহাটৰ ৩১জন, ধেমাজিৰ ৩জন, বিশ্বনাথৰ দুজন, ধুবুৰীৰ দুজন আৰু লখিমপুৰ তথা ডিব্ৰুগড়ৰ এজনকৈ লোক।

সোমবাৰৰ দিনটোত মুঠতে ১৯১ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

সেইদৰে, ৰাজ্যখনত দেওবাৰে নিশা ৬৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা ৬৯জন ব্যক্তিৰ ভিতৰত আছিল নগাঁৱৰ ১৬জন, ধুবুৰীৰ ১৫জন, কামৰূপৰ ১২জন, যোৰহাটৰ ১০জন, ধেমাজিৰ ৬জন, ওদালগুৰিৰ ৪জন, কামৰূপ গ্ৰাম্যৰ ৩জন আৰু বৰপেটাৰ ৩জন লোক।

তদুপৰি, দেওবাৰে দিনৰ ভাগতো ৰাজ্যখনত আন ১০৬জন কোভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছিল।

এই চিনাক্ত ব্যক্তিসকলৰ মাজত নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এজনকৈ ব্যক্তি আছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।

Tags: COVID-19

Recent News

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd