• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে ঘৰিয়ালৰ চকুপানী টুকিছে ৰাজেন গোহাঁইয়ে; কিয় এইদৰে ক’লে দেবব্ৰত শইকীয়াই?

ৰাজেন গোহাঁইক প্ৰৰোচনামূলক মন্তব্য নকৰিবলৈ সকীয়নি দেবব্ৰত শইকীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 18, 2020 8:57 pm
Rajen Deba

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাজিৰা সমষ্টিৰ বাট-পথৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে মোক জগৰীয়া কৰাটো হাস্যকৰ। নিৰ্বাচনৰ আগত ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ নাজিৰাত আহিছে।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত এইদৰে কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

উল্লেখযোগ্য যে, নগাওঁ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে কালি নাজিৰা সমষ্টিলৈ জন-সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰিবলৈ গৈ নাজিৰা সমষ্টিৰ অনুন্নত ৰাস্তা-পথৰ বাবে জগৰীয়া কৰিছিল বিধায়ক দেবব্ৰত শইকীয়াক।

Apply Now

তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই কয়, ‘তেওঁ নিজে এজন প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল। গতিকে তেওঁ ভালদৰে জানে চৰকাৰৰ কামকাজ কেনেকৈ পৰিচালিত হয়। ৰাজ্যৰ সামগ্ৰিক বিকাশ তথা উন্নয়নৰ দায়িত্ব শাসনাধিষ্ঠ দল তথা চৰকাৰৰ হাতত থাকে।‘

‘আমি বিৰোধী দলে বিধানসভাত বিভিন্ন উন্নয়নমূলক আলোচনাত ভাগ লও আৰু চৰকাৰে যেতিয়া পুঁজি আৱন্টন বিচাৰে বিভিন্ন উন্নয়নমূলক কামৰ বাবে যেনে- চিকিৎসালয়, শিক্ষানুষ্ঠান, বাট-পথ নিৰ্মাণৰ বাবে, দৰমহা দিবৰ বাবে তথা গাওঁ আৰু নগৰৰ উন্নয়নৰ বাবে আমি সেই পুঁজি সমূহ আলোচনাৰ পিছত চৰকাৰৰ হাতত সপি দিওঁ,‘-শইকীয়াই লগতে কয়।

ইপিনে, বিধায়কে চমজাই দিয়া সেই পুঁজিৰে চৰকাৰী পক্ষই বাট-পথৰ উন্নয়ন কৰিছে নে দুৰ্নীতি কৰিছে সেয়া তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে শইকীয়াই।

শইকীয়াই আৰু কয়, ‘যদিও অসমৰ ৰাইজে ভালকৈ জানে বিকাশৰ নামত গাওঁ অঞ্চলত কেনেকৈ চলি আছে বিনাশৰ অতপালি।‘

মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিমুক্ত অসমৰ কথা কয় যদিও বিজেপি দলৰ বিভিন্ন দুৰ্নীতিৰ খবৰে বাতৰি-কাকতৰ শিৰোনাম দখল কৰে বুলি গুৰুতৰ অভিযোগ তোলে শইকীয়াই।

ৰাজেন গোহাঁই মন্ত্ৰী হৈ থাকোঁতে ২ আগষ্ট,২০১৬ ত নাজিৰা মহকুমাৰ শিমলুগুৰি জংচনটোত ৰাজধানী ৰে’ল নিয়মীয়াকৈ ৰখাব পৰাকৈ এক ব্যৱস্থা কৰাই দিবলৈ পত্ৰ লিখি অনুৰোধ জনোৱা বুলি উল্লেখ কৰে শইকীয়াই।

‘অকল তেওঁয়ে নহয় সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী ৰামেশ্বৰ তেলীকো মই পত্ৰ লিখি এই বিষয়ে অনুৰোধ জনাইছিলোঁ । কিন্তু শাসনত থকাৰ পিছতো শিৱসাগৰ জিলাৰ ৰাইজৰ বাবে তেওঁলোকে সেই নূন্যতম কামটোও কৰি দিবলৈ সক্ষম নহ’ল আৰু এতিয়া নিৰ্বাচনৰ আগত উন্নয়নৰ কথা কৈ ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ অহাটো অশোভনীয়,‘-ভিডিঅ’টোত এইদৰে কয় শইকীয়াই।

সেয়েহে উদ্দেশ্য প্ৰৰোচিতভাৱে যিকোনো মন্তব্যৰে মাত্ৰ ৰাজনীতি কৰিবলৈ ইয়ালৈ নাহিবৰ বাবে তেওঁক শইকীয়াই সকীয়াই দিয়ে।

২০২১ৰ বিধানসভাৰ নিৰ্বাচন সমাগত, সেয়েহে এনেদৰেই শাসক-বিৰোধীৰ মাজত বোকা চটিওৱা ৰাজনীতি বা বাক-বিতণ্ডা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

অঞ্জনা ওম কাশ্যপৰ মানহানিৰ গোচৰত ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ অস্বীকাৰ, অহা দুই জুলাইত পৰৱৰ্তী শুনানী

June 17, 2026 5:26 pm
আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm
কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

কিমান সম্পত্তিৰ গৰাকী আৰ্জেণ্টিনাৰ মহান খেলুৱৈ লিয়নেল মেছি? জানিলে আপুনিও হৈ পৰিব আচৰিত

June 17, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd