• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত পানীৰ তলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 20, 2020 1:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টীয়ক নদীৰ বাঢ়নী পানীৰ সমান্তৰালকৈ বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা আৱদ্ধ পানীত টীয়কৰ বঙালী গাঁৱৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দুদিন ধৰি পানীৰ তলত বুৰ গৈ আছে।

টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ নদীখনৰ বাঢ়নী পানীৰ সোঁত বৈছে ।

Apply Now

এই বানৰ ফলত টীয়ক নদীৰ দুয়ো পাৰে থকা আবাসীক অঞ্চলসমূহো পানীত বুৰ গৈছে ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱা, পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা তথা একাংশ লোকে নভৱা-নিচিন্তাকৈ পকী গৃহ,পকী দেৱাল আদি নিৰ্মাণ কৰাৰ ফলত পানী নিস্কাশনৰ সকলো পথ বন্ধ হৈ পৰাত এনেদৰে টীয়ক নগৰৰ মাজমজিয়াত অচলাৱস্থাৰ সৃষ্টি হৈছে ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেদি পানী বাগৰাত যান-বাহন,পথাচাৰীৰ চলাচলত ব্যাঘাত জন্মা দেখা গৈছে।

চাৰিলেন যুক্ত পথৰ নিৰ্মাণ কাম আৰম্ভ হোৱাৰে পৰা এই সমস্যাই প্ৰতিবছৰে আৱাসী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰি আহিছে l

আনহাতে, সমস্যাটোৰ সমাধানৰ সুত্ৰ বিচাৰি ৰাইজে বহুবাৰ প্ৰশাসন তথা পথ নিৰ্মাতা কোম্পানীক সমস্যা সম্পৰ্কে অৱগত কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো এই মুহুৰ্তলৈকে কোনো সুফল নোপোৱাত এতিয়া  ক্ষোভিত হৈ পৰিছে স্থানীয় জনতা।

তদুপৰি, টীয়ক চাহ বাগিছা, হাতখোলা, নদীতলি, বাঁহবাৰী, চাকুলীবৰ, উলুবাৰী আদি এলেকাৰ লগতে টীয়ক-বলমা- নকছাৰী পথৰ প্ৰথম অংশও এই বানৰ ফলত প্লাবিত হৈ পৰিছে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd