• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয় মুখে অইল

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
June 21, 2020 8:04 pm
Baghjan incident: NGT imposes Rs 25 crore fine on OIL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইল ইণ্ডিয়া লিমিটেডে বাঘজানৰ তৈলক্ষেত্ৰ বন্ধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আৱেদন দাখিল কৰিব।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে যোৱা ১৯ জুনত অইলক উক্ত নিৰ্দেশ দিয়াৰ লগতে বৰ্তমান জ্বলি থকা বাঘজানৰ জুই নুমুওৱা আৰু গেছ নিৰ্গমন বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈয়ো নিৰ্দেশ দিছিল।

Apply Now

“এতিয়া অইলে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অসমে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত এক লেখ আৱেদন দাখিল কৰাৰ বাবে ইচ্ছা কৰিছে,” অইলে দেওবাৰে কয়।

পৰিৱেশৰ প্ৰদূষণ কৰি অইলে বলৱৎ থকা আইনৰ ব্যৱস্থা উদাসীনভাৱে উলংঘা কৰা বুলি প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ জাননীত কোৱা হৈছিল।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ষমতাৰ প্ৰয়োগ কৰি পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬, জল (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪ আৰু বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১ৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত অইলক এই নিৰ্দেশ দিয়া হৈছে।

ইফালে প্ৰতিবাদৰ মুখত বন্ধ হৈ থকা বাঘজান সকলো উৎপাদনক্ষম তেল আৰু গেছ খাদৰ কাম পুনৰ আৰম্ভ হৈছে।

শনিবাৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত এক ত্ৰিপাক্ষিক বৈঠকৰ পিছতে ইয়াৰ পুনৰাম্ভ হয়।

কিন্তু বাঘজানৰ বাহিৰৰ ৫টা এলেকাত এতিয়াও প্ৰতিবাদৰ বাবে খনন আৰু ৱৰ্কঅ’ভাৰ কাম বন্ধ আছে।

আনহাতে ভাৰতীয় সেনাৰ তৃতীয় ক’ৰে বাঘজানৰ জুই জ্বলি থকা খাদৰ সমীপত বেইলি দলং নিৰ্মাণৰ কাম ৯০ শতাংশ সম্পূৰ্ণ কৰিছে।

অইলে সদৰী কৰা মতে জ্বলন্ত খাদটোৰ সন্মুখভাগ বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলি আছে।

“১২০০০ কি. লি. ক্ষমতাৰ ৰিজাৰ্ভাৰ খন্দাৰ কাম সম্পূৰ্ণ হৈছে। ডাঙৰি নৈৰ পৰা ৰিজাৰ্ভাৰলৈ ফিলিং লাইন নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে,” ই লগতে জানিবলৈ দিয়ে।

ইফালে আশ্ৰয় শিৱিৰৰ পৰা যোৱা ১৮ জুনত অইলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা লোকজনৰ শনিবাৰে মৃত্যু হৈছে।

লোকজন জ্বৰ, কাঁহ, ভোক কমি যোৱা আৰু গুৰুতৰভাৱে দুৰ্বলতাত ভুগিছিল। অইলে সদৰী কৰা মতে লোকজনে শ্বাসনলীৰ সংক্ৰমণত ভুগিছিল।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd