• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিও ন্যায়ৰ অপেক্ষাত ২০১১ৰ ভূমিস্বত্ব আন্দোলনৰ চাৰি চহিদৰ পৰিয়াল

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 22, 2020 9:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ৯ বছৰৰ পিচটো ন্যায় নাপালে ২২জুন ২০১১-ৰ চাৰিগৰাকী শ্বহীদ ক্ৰমে ৰাহুল আলী, বীৰেন কলিতা, শিৱ কুমাৰ চৌহান আৰু জেৰিনা বেগমৰ পৰিয়ালে।

চাৰি গৰাকী চহিদক স্মৰণ কৰি ভূমিস্বত্ব অধিকাৰৰ বিষয়টো সন্দৰ্ভত সোণোৱাল চৰকাৰৰ স্থিতি সম্পৰ্কে শ্বেতপত্ৰ প্ৰকাশৰ দাবী তোলে বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতি সমূহৰ ঐক্য মঞ্চৰ ।

Apply Now

২০১১ চনৰ ২২ জুনত নিজৰ ভূমিস্বত্ব অধিকাৰ সাব্যস্ত কৰিবলৈ গুৱাহাটী বাসী ৰাইজে লোৱা দিচপুৰ ঘেৰাও কাৰ্য্যসূচীত যোগদান কৰিব আহি মৃত্যুক আকোৱালি লোৱা ৰাহুল আলী, বীৰেন কলিতা, শিৱ কুমাৰ চৌহান আৰু জেৰিনা বেগমক চহিদ ঘোষণা কৰিছিল সংগঠনটোৱে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক অনুষ্ঠানত চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতি সমূহৰ ঐক্য মঞ্চই ।

অনুষ্ঠানত এগৰাকী চহিদৰ পিতৃ আৰু তেখেতৰ পত্নী উপস্থিত থাকি গুৱাহাটীবাসী ৰাইজৰ ভূমিস্বত্ব অধিকাৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে নোলোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে ।

মঞ্চৰ সভাপতি অমৰজ্যোতি বেজবৰুৱাই কয় ‘গুৱাহাটীবাসী ৰাইজৰ ভূমিস্বত্ব অধিকাৰৰ বিষয়টো কোনো চৰকাৰে আজিলৈ গুৰুত্ব সহকাৰে নলোৱাৰ বাবে এই বিষয়টোৱে এক গুৰুতৰ সমস্যাৰ ৰূপ লৈছে ।

‘চৰকাৰে সময়ে সময়ে যি ধৰণৰ উচ্ছেদৰ কাৰ্য্যসূচী হাতত লৈ গুৱাহাটীৰ বিভিন্ন ঠাইত অবৈজ্ঞানিক আৰু যথোচিত সু পৰিকল্পনা বিহীন ভাবে কাম কৰি আছে ই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে’ বেজবৰুৱাই লগতে কয় ।

অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অদীপ ফুকন আৰু জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ উপস্থিত থাকে ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd