• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ইন্দিৰা গান্ধীৰ নাতিনী মই’ : বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত প্ৰিয়ংকা গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2020 8:02 pm
PriyankaGandhiVadraCongress
16.5k
VIEWS
Share on FacebookShare on Twitter

দেশৰ জৰুৰী অৱস্থাৰ বাবে বৃহস্পতিবাৰে দিনটো বিজেপিয়ে কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি বিজেপিক প্ৰত্যাক্ৰমণ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে আজি বিজেপিক লক্ষ্য কৰি কয়ে যে, তেওঁ ইন্দিৰা গান্ধীৰ নাতিনী হয়, তেওঁক হুমকি দি লাভ নাই। সকলোৰে আগত সত্যটো তুলি ধৰিবই তেওঁ।

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক আক্ৰোশমূলক আচৰণ কৰাৰ অভিযোগ আনিছে প্ৰিয়ংকা গান্ধীয়ে।

যোগী আদিত্যনাথৰ চৰকাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বিভ্ৰান্তিকৰ তথ্য বিয়পোৱাৰ অভিযোগ তুলি চাইল্ড ৰাইটছ পেনেলেৰ যোগে জাননী জাৰি কৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ কাণপুৰৰ এটা চৰকাৰী আৱাসৰ পৰা কেবাগৰাকীও গৰ্ভৱতী কিশোৰীক উদ্ধাৰ কৰা হৈছে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰি আহিছে।

চাইল্ড ৰাইটছ পেনেলেএ জাননী জাৰী কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰিয়ংকা গান্ধী।

প্ৰিয়ংকা গান্ধীয়ে নিজৰ টুইটাৰ একাউন্টত ইয়াৰ বিৰুদ্ধে কয়, “আমি জনগণৰ সেৱিকা হিচাপে উত্তৰ প্ৰদেশৰ মানুহৰ ওচৰত দায়ৱদ্ধ। প্ৰকৃত সত্যটো মানুহৰ ওচৰলৈ লৈ যোৱাটো আমাৰ কৰ্তব্য। আমি চৰকাৰী তত্ত্ব প্ৰচাৰ কৰা নাই।”

উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ভাবুকি দি আছে বুলি কৈ প্ৰিয়ংকা গান্ধীয়ে কয়, “উত্তৰ প্ৰদেশ চৰকাৰৰ বিভিন্ন দপ্তৰে আমাক ভাবুকি দি মিছাতে সময় নষ্ট কৰি আছে। তেওঁলোকে যি পাৰে সেয়া কৰক। আমি সত্যটো উলিয়ামেই। মই ইন্দিৰা গান্ধীৰ নাতিনী হয়। বিৰোধী পক্ষৰ কিছু নেতাৰ দৰে বিজেপিৰ অঘোষিত মুখপাত্ৰ নহয়।”

Recent News

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd