• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত বন্ধ বাঘজানত অইলৰ কাম

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
June 27, 2020 7:29 pm
OIL suspends operation at Baghjan due to flood

বাঘজানত পানীৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইল ইণ্ডিয়া লিমিটেডে বানপানীৰ বাবে তিনিচুকীয়াৰ বাঘজানত গেছখাদৰ জুই নুমুৱা কাম বন্ধ কৰিছে।

উজনি অসমত যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ হৈ আছে আৰু বাঘজানৰ অগ্নিকাণ্ডৰ স্থান বানে বুৰাই পেলাইছে।

Apply Now

অঞ্চলটোৰ নৈসমূহৰ জলস্তৰ ধাৰাবাহিকভাৱে বাঢ়িয়ে আছে।

অগ্নিকাণ্ডৰ স্থানৰ পৰা ১০ কি. মি. দূৰত ডুমডুমা-বাঘজান পথৰ এখন আৰ চি চি দলং পানীৰ সোঁতত ভাগি গৈছে।

“ডাঙৰি নৈৰ পানী ওফন্দি উঠিছে। (অগ্নিকাণ্ডৰ) স্থানলৈ অহা সকলো সংযোগী পথ বানপানীয়ে বুৰাই পেলাইছে,” অইলৰ জ্যেষ্ঠ পৰিচালক (ক’ৰ্প’ৰেট কমিউনিকেচন) জয়ন্ত বৰমুদৈয়ে কয়।

তেওঁ লগতে জনাই যে মাগুৰি বিলৰ ওপৰৰ দলংখনৰ পৰা গেছখাদটোলৈকে পথচোৱা বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে।

জিলা প্ৰশাসনে পথচোৱাত সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছে।

বানপানীয়ে অগ্নিকাণ্ডস্থলীৰ বৃহৎ অংশ বুৰাই পেলোৱা বাবে সেই স্থানক অসুৰক্ষিত বুলি বিবেচনা কৰি দিনটোৰ বাবে সকলো কাম বন্ধ কৰি দিয়া হৈছে।

গড়কাপ্তানী আৰু অইলৰ অভিযন্তাসকলে যুটীয়াভাৱে পথচোৱা পৰিদৰ্শন কৰি আছে।

অৱশ্যে যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে অগ্নিনিৰ্বাপণ বাহিনীৰ লোকসকলক গুৰুত্বপূৰ্ণ স্থানসমূহত ৰখা হৈছে।

অগ্নিকাণ্ডস্থলীত কাম বন্ধ হ’লেও অইলৰ ৱৰ্কশ্বপত সকলো কাম অব্যাহত আছে।

বানৰ প্ৰকোপ কমিলেই অগ্নিকাণ্ডথলীলৈ নিব পৰাকৈ বিভিন্ন সা-সৰঞ্জামসমূহ সাজু কৰি তোলা হৈছে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd