• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫০ কিলোমিটাৰ পথ খোজেৰে অতিক্ৰম কৰি প্ৰতিবাদ সাৱ্যস্ত ছত্তিশগড়ৰ হাজাৰ হাজাৰ জনজাতীয় লোকৰ

ক'ৰ'নাতংকৰ মাজতে আৰক্ষীৰ বেৰিকেড ভাঙি ছত্তিশগড়ত জনজাতীয় লোকৰ বিশাল প্ৰতিবাদী সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 6:58 pm
tribals-land-1200

প্ৰতিবাদী সমদলটোৰ ছবি, উৎস- ইণ্ডিয়ান এক্সপ্ৰেছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সশস্ত্ৰ আৰক্ষী আৰু আৰক্ষীৰ বেৰিকেড ওফৰাই ক’ৰ’নাতংকৰ মাজতে ৫০ কিলোমিটাৰ পথ খোজেৰে অতিক্ৰম কৰি হাজাৰ হাজাৰ জনজাতীয় লোকে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ছত্তিশগড়ত।

ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ গংগাধৰ অঞ্চলৰ ১৮ খন গাঁও পঞ্চায়তৰ ৫০ খনৰ গাঁৱৰ হাজাৰ হাজাৰ জনজাতীয় লোকে সোমবাৰে ৫০ কিলোমিটাৰ পথ খোজেৰে অতিক্ৰম কৰি জিলা উপায়ুক্তৰ কৰ্যায়লত বিক্ষোভ প্ৰদৰ্শন কৰে।

Apply Now

লোকসকলে বিভিন্ন দাবীৰ লগতে তেন্দুপাত(বিড়ি বনোৱাত ব্যৱহৃত পাত)ৰ বেংকৰ সলনি নগদ ধন প্ৰদানৰ দাবী তোলে।

উল্লেখ্য যে, ছত্তিশগড়ৰ চৰকাৰে শুকমা, দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ বন্য উৎপাদিত সামগ্ৰীৰ বাবদ নগদ ধন প্ৰদানৰ সিদ্ধান্ত বাতিল কৰি বেংকৰ যোগেদি ধন প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চৰকাৰী সূত্ৰৰ মতে, ছত্তিশগড় চৰকাৰৰ মন্ত্ৰী কাৱাশী লাক্ষ্মাই মাওবাদীৰ প্ৰাধান্য থকা জিলাতিনিখনত বেংকৰ যোগে লোকসকলক ধন প্ৰদান কৰিব ঘোষণা কৰিছিল।

ইয়াৰ বিৰুদ্ধে জিলাতিনিখনৰ জনজাতীয় লোকসকলে জাঙুৰ উঠিছে।

সোমবাৰে পুৱা বিজাপুৰ আৰক্ষীয়ে চেৰ্পালৰ পৰা বৃহৎসংখ্যক লোকে শান্তিপূৰ্ণ সমদল কৰি চহৰত প্ৰৱেশ কৰাত সতৰ্ক হৈ উঠে আৰু সমদলটোক ভেটা দিবলৈ বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰাৰ লগতে সশস্ত্ৰ আৰক্ষীক মোতায়েন কৰে।

কিন্তু সমদল কৰি অহা জনজাতীয় লোকসকলে বিভিন্ন দিশৰ পৰা আহি আৰক্ষীৰ বেৰিকেড উফৰাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে।

ইয়াৰ পিছতে সমদলটোৰ এটা সৰু প্ৰতিনিধি দলে জিলা উপায়ুক্ত, জিলা বন সংৰক্ষক আৰু অন্যান্য বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

“আমাৰ মূল দাবী হৈছে তেন্দুপাতৰ মূল্য গঞাসকলক নগদ ধন হিচাপে দিব লাগিব, বেংকৰ যোগে নহয়। এইটো হৈছে আমাৰ প্ৰধান উপাৰ্জনৰ পথ। চহৰলৈ আহি ধন উলিয়াই নিয়াটো আমাৰ সাধ্যৰ বাহিৰত। কিছুমান লোকৰ এতিয়াও বেংক একাউন্ট নাই।” ৰাজু কাল্মু নামৰ এজন প্ৰতিনিধিয়ে এইদৰে কয়।

ৰমেশ পুনেম নামৰ আন এজন প্ৰতিনিধিয়ে কয়, “২০১৮-১৯ বৰ্ষত প্ৰতিশ্ৰুতি দিয়া তেন্দুপাতৰ বোনাছো আমি বিচাৰিছো, জনজাতীয় শিক্ষাৰ্থীৰ বৃত্তিৰ পৰিমাণ বৃদ্ধি আৰু গাঁৱত বিদ্যালয় আৰু চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগিব বুলি আমি দাবী উত্থাপন কৰিছো।”

লগতে তেওঁ কয় যে, আৰক্ষীয়ে জনজাতীয় লোকসকলক যি হাৰাশাস্তি কৰি আহিছে সেয়া বন্ধ কৰিব লাগিব।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ বাবে দেশত সমদল কৰাটো নিষিদ্ধ কৰা হৈছে।

কিন্তু অতি পত্যন্তৰ অঞ্চলৰ জনজাতীয় লোকসকলে স্বতঃস্ফূৰ্তভাৱে শান্তিপূৰ্ণ প্ৰতিবাদী সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ অহাত আৰক্ষীয়ে বাধা দিয়াত ব্যৰ্থ হয়।

ইয়াৰ পিছতে ৫০ কিলোমিটাৰো অধিক পথ খোজেৰে অতিক্ৰম কৰি অহা হাজাৰোধিক সমদলটোৰ প্ৰতিনিধিৰে জিলা উপায়ুক্তই আলোচনাত মিলিত হ’বলৈ বাধ্য হৈ পৰে।

উল্লেখ্য যে, উক্ত সমদলটো দেশত নজিৰবিহীন আৰু এটা ঐতিহাসিক ঘটনাৰূপে চিহ্নিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd