• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: অসন্তুষ্ট অসমৰ চিকিৎসক সংস্থা, স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 8:44 pm
IMA’s Assam branch expresses great resentment and reservations on the recent policy changes of the state Govt. on the management of Covid-19 situation
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ অসম শাখাই ৰাজ্যত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে শেহতীয়াকৈ ঘটোৱা নীতিৰ সালসলনিত ব্যাপক অসন্তুষ্টি প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত চিকিৎসক সংস্থাটোৱে মঙলবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

১১দিনৰ নিৰৱচ্ছিন্ন সেৱাৰ পিছত তিনিদিনৰ কুৱাৰেণ্টিন আৰু ক’ভিড টেষ্টত নিগেটিভ আহিলে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক পুনৰ কৰ্তব্যত লগোৱাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশৰ চিকিৎসক সংস্থাটোৱে প্ৰতিবাদ কৰিছে।

বেছিভাগ কেন্দ্ৰতে বাতানুকূল যন্ত্ৰ অবিহনে এই প্ৰচণ্ড গৰমত সম্পূৰ্ণ পি পি ই কিট পৰিধান কৰি ক’ভিড ৱাৰ্ডত নিৰৱচ্ছিন্নভাৱে ১১ দিন কাম কৰাতো বহুত ক্লান্তিদায়ক হ’ব, সংস্থাৰ বিবৃতিত প্ৰকাশ।

চৰকাৰৰ এই সিদ্ধান্তই আগশাৰীৰ কৰ্মীসকলৰ মনোবল ভাঙি দিব বুলি সংস্থাই আশংকা প্ৰকাশ কৰে।

তাৰোপৰি ক’ভিডৰ কৰ্তব্যত থকা স্বাস্থ্য কৰ্মীসকলৰ এণ্টিজেন টেষ্ট কৰোৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰো সংস্থাই প্ৰতিবাদ জনাইছে।

IMA’s Assam branch expresses great resentment and reservations on the recent policy changes of the state Govt. on the management of Covid-19 situation
স্বাস্থ্য মন্ত্ৰীলৈ আই এম এ, অসম শাখাৰ পত্ৰৰ প্ৰতিলিপি।

আই চি এম আৰে ইতিমধ্যে এই টেষ্টতো কম সংবেদনশীল বুলি কোৱাৰ কথা উল্লেখ কৰি সংস্থাই কয় এটা নিগেটিভ টেষ্টে ক’ভিড নাই বুলি নিশ্চিত নকৰে আৰু নিগেটিভ ষ্টেটাছ নিশ্চিত কৰাৰ বাবে এক পি চি আৰ টেষ্টৰ প্ৰয়োজন।

বৃহৎসংখ্যক চিকিৎসক আৰু স্বাস্থ্য কৰ্মী ক’ভিডৰ বলি হোৱা বুলি উল্লেখ কৰি চিকিৎসক সংস্থাটোৱে কয় যে এনে অপৰিকল্পিত আৰু অসংবেদনশীল পদক্ষেপে স্বাস্থ্য কৰ্মীসকলক অধিক বিপদগ্ৰস্ত কৰিব।

ৰোগবিধৰ সৈতে কাম কৰি থাকোতে কিয় বহুসংখ্যক স্বাস্থ্য কৰ্মী আৰু চিকিৎসক ৰোগবিধৰদ্বাৰা প্ৰভাৱিত হৈছে তাৰ এক মূল্যায়ন কৰিবলৈয়ো সংস্থাটোৱে চৰকাৰক দাবী জনায়।

লক্ষণহীন ক’ভিড ৰোগীসকলক ঘৰত চিকিৎসা কৰোৱা সন্দৰ্ভত আই চি এম আৰে দিয়া পৰামৰ্শ মানি চলিবলৈয়ো সংস্থাটোৱে চৰকাৰক পৰামৰ্শ দিছে।

সংস্থাটোৱে লগতে কয় যে ক’ভিড-১৯ ৰোগীৰ বৰ্তমানৰ উত্থানত সঠিক পৰিকল্পনা নকৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতো চৰকাৰৰ বাবে কঠিন হ’ব।

সংস্থাটোৱে কয় যে মানৱ বলৰ পৰিকল্পনা অবিহনে হস্পিটেলত বিচনা বৃদ্ধি কৰাতো নিৰৰ্থক অনুশীলন হ’ব কাৰণ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ ক্ষেত্ৰত আমাৰ খুব সীমিত সম্পদ আছে।

ক’ভিড-১৯এ সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সঠিক পৰিকল্পনাৰ বাবে অভিজ্ঞ স্বাস্থ্যসেৱাৰ পেছাদাৰী ব্যক্তি আৰু গোটসমূহক বিশ্বাসত ল’বলৈ আই এম এই চৰকাৰক আহ্বান জনাইছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd