• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ অজয় ৰস্তোগী: বৃহস্পতিবাৰে ল’ব দায়িত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2018 11:42 am
File Photo Of AJAY-RASTOGI
105
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ দায়িত্বত থকা অজয় ৰস্তোগীয়ে বৃহস্পতিবাৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব।এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এজন বিষয়াই।

উল্লেখ্য যে বৰ্তমান ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দায়িত্বত থকা মুখ্য ন্যায়াধীশ টি ভাইফেইৰ কাৰ্যকাল বুধবাৰে অন্ত পৰিব সেয়ে অজয় ৰস্তোগীক মুখ্য ন্যায়াধীশৰূপে দায়িত্ব প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

আনহাতে মঙলবাৰে ত্ৰিপুৰা বাৰ এছ’ছিয়েশ্যনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ টি ভাইফেইক এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বিদায় সম্ভাষণ জনায়।

 

justice T Vaiphei
ন্যায়াধীশ টি ভাইফেই

 

উল্লেখ্য যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি ভাইফেই মুখ্য ন্যায়াধীশৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ২০১৬ চনৰ ১৬ মেৰ দিনা ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ বিচাৰকৰূপে শপত গ্ৰহণ কৰিছিল।

ইয়াৰ উপৰি বিচাৰকৰ দায়িত্বভাৰ গ্ৰহণ কৰা টি ভাইফেই সেই বছৰৰে ২১ ছেপ্তেম্বৰৰ দিনা ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পূৰ্ণকালীন মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিছিল।

ইফালে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি সম্পৰ্কত ৰাজ্য চৰকাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে যে ১ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে আগৰতলাস্থিত ৰাজ ভৱনৰ দৰবাৰ হলত শপত গ্ৰহণ সমাৰোহৰ আয়োজন কৰিছে।

নতুনকৈ নিযুক্তি দিয়া মুখ্য ন্যায়াধীশ অজয় ৰস্তোগীক ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰয়ে শপত বাক্য পাঠ কৰাব বুলি জানিবলৈ দিয়ে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd