• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাছাওত সক্ৰিয় ক’ভিড ৰোগী হ্ৰাস, লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 16, 2020 11:05 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

867
VIEWS
Share on FacebookShare on Twitter

পাহাৰীয়া ডিমা হাছাও জিলাত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।

জানিব পৰা মতে পাহাৰীয়া জিলাখনত লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা আছে।

জিলাখনত চলিত ১৪দিনীয়া লকডাউন অহা সোমবাৰে অন্ত পৰিব।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগী ১১গৰাকী।

জিলাখনত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ আক্ৰান্তৰ সংখ্যা ১৩৭।

ইয়াৰে ১২৬গৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

উল্লেখনীয় যে ডিমা হাছাও জিলাত দ্বিতীয়বাৰৰ কাৰণে লকডাউন দিয়াৰ ঠিক তিনি, চাৰিদিন আগতে নতুনকৈ আঠগৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰ ভিতৰত দুগৰাকী কুৱাৰেণ্টিন চেন্টাৰৰ পৰা অহাৰ বিপৰীতে বাকী ছগৰাকী আন লোক আছিল।

এই ঘটনাৰ পাছত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেব’লাল গার্লছা আৰু স্বাস্থ্য বিভাগৰ ইএম চেমুৱেল চাংছানে ততাতৈয়াকৈ পৰিষদ সদস্য সকলৰ সৈতে বৈঠকত মিলিত হয়।

এই বৈঠকৰ পাছত ৩ জুলাই পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষৰ উপৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত দ্বিতীয় বৈঠকত লকডাউনৰ প্ৰস্তাৱ গ্ৰহণ কৰি জিলা উপায়ুক্ত পল বৰুৱাই চৰকাৰলৈ প্ৰেৰণ কৰে।

ইএম চাংছানে কয় জিলাৰ সাধাৰণ ৰাইজ, স্বাস্থ্য কৰ্মী, প্ৰশাসন যন্ত্ৰৰ উপৰি চিইএমৰ কঠোৰ পদক্ষেপ, সতীৰ্থ পৰিষদ সদস্যসকলৰ সহযোগ আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ প্রশংসা কৰে।

Tags: COVID-19

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd