• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ৯২লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 8:40 pm
Covid death toll in Assam reaches 930

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে আৰু মুঠ মৃতকৰ সংখ্যা হৈছেগৈ ৯২ (।)

মৃত্যু হোৱা লোক কেইগৰাকী হৈছে—কাছাৰৰ বিমল পল (৭৮), তিনিচুকীয়াৰ হেমা দেৱী (৭৭) আৰু ডঃ এছ এ ডব্লিউ হুছেইন (৮৫) আৰু যোৰহাটৰ দেবাৰি কৰ্মকাৰ (৪০)।

Apply Now

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

Very sad to share that four more #COVID patients have lost their battle against pandemic today- Shri Bimal Paul (78) from Cachar, Smt Hema Devi (77) from Tinsukia and Dr S.A.W. Hussain (85) & Smt Debari Karmakar (40) from Jorhat.

May God help their families to bear this pain ?

— Himanta Biswa Sarma (@himantabiswa) July 29, 2020

১২১৬গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই মঙলবাৰে ২৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত মঙলবাৰলৈকে ২৬,৬১৮গৰাকী ব্যক্তি ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

অসমত ক’ভিডৰ পৰা আৰোগ্যৰ হাৰ ৭৬.২ শতাংশ।

অসমত মঙলবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৮২৩৮গৰাকী।

আনহাতে, অসমত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হ্ৰাস পাইছে।

মঙলবাৰলৈকে অন্তিম ২৪ ঘণ্টাত ২২,৮৭৬টা ক’ভিড টেষ্টৰ বিপৰীতে ১৩৭১গৰাকী ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

মঙলবাৰৰ দিনটোতে অসমে ৮ লাখ (৮০২,৬৭৪) ক’ভিড টেষ্টৰ সীমা অতিক্ৰম কৰিছে।

অসমত মঙলবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩৪,৯৪৭গৰাকী। ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd