• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত বিজেপিৰ প্ৰৱজিত শ্ৰমিক সম্পৰ্ক কোষৰ সংস্থাপন জৰীপ অভিযান কাৰ্যসূচী আৰম্ভ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
August 2, 2020 2:23 pm
IMG-20200801-WA0010
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত প্ৰৱজিত শ্ৰমিক সকলক পুনৰ সংস্থাপনৰ বাবে অসম প্ৰদেশ বিজেপিয়ে এটা প্ৰব্ৰজিত শ্ৰমিক জৰীপ কোষ গঠন কৰি সমগ্ৰ অসমতে এক জৰীপ কাৰ্যসূচী আৰম্ভ কৰিছে।

ইয়াৰে অংশস্বৰূপে শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশমৰ্মে ক’ৰ’না মহামাৰীৰ ভয়াৱহতাৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰিঅহা ভাই ভনী তথা প্ৰব্ৰজিত শ্ৰমিকক কৰ্ম সংস্থাপনৰ ব্যৱস্থাৰ বাবে কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক তথা কলিয়াবৰ সমষ্টিৰ “প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্ক কোষ”ৰ প্ৰমুখ দীপক বৰঠাকুৰৰ উপস্থিতিত মণ্ডল সভাপতি ৰঞ্জন হাজৰিকা আৰু জিলা যুৱ মৰ্চা, মণ্ডলৰ বিষয়ববীয়া, তথা জখলাবন্ধা গাঁও পঞ্চয়তৰ সভানেত্ৰী তৃষাৰণি শইকীয়া, জিলা পৰিষদৰ সদস্য জীতেন গৌড় কাউনন্সিলৰ আৰু ৱাৰ্ড সদস্যসকলৰ সহযোগত প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্ক কোষৰ অভিযান আৰম্ভ কাৰ্যসূচী শুভাৰম্ভ কৰে।

Apply Now

ইয়াৰোপৰি বিষয় ববীয়াসকলে জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ লোকসকলৰ ঘৰে ঘৰেগৈ শ্ৰমিকসকলক সাক্ষাৎ কৰি প্ৰব্ৰজিত লোক সকলৰৰ কৰ্মসংস্কৃতিৰ বাবে সু-ব্যৱস্থা কৰাৰ প্ৰয়াস কৰা কৰে।

আনহাতে নিবনুৱা সমস্যা সমাধানৰ বাবে শ্ৰমিক সকলৰ মাজত এই  জৰীপ চলোৱা হৈছে বুলি মণ্ডল পৰ্যায়ৰ বিষববীয়াই মত পোষণ কৰে। এই জৰীপে গ্রাম্য উন্নয়নত অধিক প্ৰসাৰ লাভ কৰিব।

যদিহে তেওঁলোকক আমি সঠিক ৰূপত আগুৱাই লৈ যাব পাৰো আৰু সকলো প্ৰকাৰে সহায়ৰ হাত আগ বঢ়াব পাৰো তেন্তে এয়া হ’ব গ্ৰাম্য উন্নয়নৰ এক সুন্দৰ নিদৰ্শন।

গ্ৰাম্য অঞ্চলত সকলোৱে যদি অতি নিষ্ঠাৰে হাঁহ, কুকুৰা, মৎস উৎপাদনকে ধৰি কেঁচা শাক পাচলিৰ উৎপাদন তথা ব্যৱসায় আৰম্ভ কৰে তেন্তে বিদেশলৈ বা বহিঃৰাজ্যলৈ কাম কৰিবলৈ ঢাপলি মেলাৰ প্ৰয়োজন নাই।

সেয়ে আমি  ঘৰেগৈ শ্ৰমিক কোষৰ জৰীপ চলাই গ্ৰাম্য উন্নয়ন দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান আৰম্ভ কৰিছোঁ বুলি মণ্ডল পৰ্যায়ৰ বিষয় ববীয়াই বক্তব্য প্ৰকাশ কৰে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd