• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড১৯-ৰ নীতি-নিয়ম ভংগ কৰিছে অ’এনজিচিয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 2, 2020 7:47 pm
ONGC violates COVID19 protocol in Sivasagar

প্ৰতীকী ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তেই দেশৰ আগশাৰীৰ তৈল প্ৰতিষ্ঠান অ’এনজিচিৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই দহগৰাকীকৈ কৰ্মচাৰী ক’ভিড ১৯ত আক্ৰান্ত হৈছে।

জানিব পৰা মতে অ’এনজিচি অসম সম্পদৰ নাজিৰাৰ গেলেকী হাতিপতিস্থিত ৰিগ নম্বৰ E-1400-1ত কৰ্মৰত হেমন্ত কুমাৰ নামৰ এজন ব্যক্তিৰ শৰীৰত যোৱা ২৯ জুলাইত ক’ভিড ১৯ ধৰা পৰে।

Apply Now

কৰ্মচাৰীজনক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও অ’এনজিচি কৰ্তৃপক্ষই ৰিগটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে অন্য কৰ্মচাৰীৰ সহায়ত খনন কাৰ্য চলায় থাকে।

দুটাদিন ধৰি ৰিগটোত কৰ্মৰত আন কৰ্মচাৰীসকলক ৰেপিড এন্টিজেন টেষ্ট কৰোৱা নাছিল অ’এনজিচিয়ে।

যোৱা ৩১ জুলাইত ৰিগটোত কৰ্মৰত কৰ্মচাৰীসকলক ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত ৭জন কৰ্মচাৰীৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰে।

অ’এনজিচিৰ কাৰ্যবাহী অভিযন্তা অনুপ ৰামাচন্দ্ৰন, ঘনশ্যাম নাথ (জেএআৰএম), প্ৰদীপ বৰা (জেএআৰএম), পি পি নেওগ (জেএআৰএম), গৌতম হাতীবৰুৱা (জেএআৰএম), প্ৰতীম শ্যাম সহকাৰী কাৰ্যবাহী অভিযন্তা, আৰু বিপিন  চন্দ্ৰ গগৈ (এটি, ডিজেল)ৰ শৰীৰত ক’ভিড১৯ ধৰা পৰে।

আনহাতে ১ আগষ্টত ৰাকেশ নেওগ (জেএআৰএম) আৰু অভিযন্তা প্ৰণৱজিৎ দিহিঙ্গীয়াৰ শৰীৰত ক’ভিড১৯ৰ উপস্থিতি ধৰা পৰে।

এতিয়া প্ৰশ্ন হয় ২৯ জুলাইতে ৰিগটোৰ এজন কৰ্মচাৰীৰ শৰীৰত ক’ভিড১৯ ধৰা পৰাৰ পাছতো  কিয় ৰিগটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা নকৰি দুদিন ধৰি অন্য কৰ্মচাৰীৰ সহায়ত তৈল খনন কাম কৰি আছিল অ’এনজিচিয়ে?

ইয়াৰোপৰি এক সূত্ৰৰ পৰা পোৱা অভিযোগ অনুসৰি হেমন্ত কুমাৰ নামৰ কৰ্মচাৰীজনৰ শৰীৰত ক’ভিন ১৯ ধৰা পৰাৰ পাছতো হাতীপতিস্থিত E-1400-1 নম্বৰৰ অ’এনজিচিৰ ৰিগটো আজিলৈকে কোনোধৰণৰ চেনিটাইজ কৰা নহ’ল বুলি জানিব পৰা গৈছে।

অ’এনজিচি কৰ্তৃপক্ষৰ ভুলৰ বাবে  ৯জনকৈ কৰ্মচাৰী ক’ভিড ১৯ত আক্ৰান্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন মহলে।

কৰ্মচাৰীৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদি কেৱল মুনাফা লাভৰ বাবেই ৰিগটো কন্টেইনমেন্ট জ’ন ঘোষণা নকৰি দুদিন ধৰি তৈলখনন কৰি আছিল অ’এনজিচিয়ে।

অ’এনজিচিৰ এনে দায়িত্বজ্ঞানহীনতাক সকলোৱে একমুখে গৰিহণা দিছে।

চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰা অ’এনজিচিৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Tags: COVID-19
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd