• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংকটত অভিনেত্ৰী ৰীয়া : CBIএ দাখিল কৰিব ৰীয়াৰ বিৰুদ্ধে এজাহাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 1:36 pm
reah-chakraborty
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তদন্তকাৰী সংস্থা চিবিআইএ কালি পুৱা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত ভাৰ লোৱা পিছতে সুশান্তৰ আত্মহত্যাৰ ঘটনাই মতুন মোৰ লোৱাৰ সম্ভাৱনাই দেখা দিছে।

তদন্তকাৰী সংস্থাটোৱে সুশান্তৰ আত্মহত্যা ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী তথা সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।

Apply Now

ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ প্ৰতিষ্ঠানে ৰীয়াৰ বিৰুদ্ধে চিবিআইএ সুকীয়া এজাহাৰ দাখিল কৰাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ কৰিছে।

ৰীয়াৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে পাটনাত বিহাৰ আৰক্ষীক দিয়া গোচৰৰ তদন্ত মুম্বাইলৈ হস্তান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত ৰীয়াই জনোৱা আবেদন কালি শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ আদালতে খাৰিজ কৰিছে।

ইয়াৰ পিছতে অধিক সংকট ঘণীভূত হৈছে ৰীয়া ক্ষেত্ৰত।

লগতে পঢ়ক : বিপদত ৰীয়া! : ৩ দিনত সৰ্বোচ্চ ন্যায়ালয়ত সুশান্তৰ মৃত্যুৰ সকলো তথ্য দাখিলৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চৰকাৰক

বিহাৰ আৰক্ষীক মুম্বাই আৰক্ষীয়ে তদন্তত সহযোগ নকৰা আৰু বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক মুম্বাইত কোৱাৰেন্টাইন কৰোৱাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীক সুকীয়া বিচাৰপীঠে প্ৰশ্নও কৰিছে।

ইফালে ৰীয়াক এনফৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ তলৱ কৰিছে বুলিও জানিব পৰা গৈছে। এফালে ইডিৰ তলৱ আনফালে উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ পিছত চিবিআইএ ৰীয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ সম্ভাৱনা, কোনোফালেই যেন সকাহ নাই ৰীয়াৰ!

বিহাৰ আৰক্ষীৰ সন্মুখীন হোৱাৰ তথা গ্ৰেপ্তাৰৰ ভয়ত ইতিমধ্যে ৰীয়া আত্মগোপন কৰি আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে খোদ ৰীয়া চক্ৰৱৰ্তীয়ে নিজেই গৃহমন্ত্ৰী অমিত শ্বাহক সুশান্তৰ আত্মহত্যাৰ ঘটনাটো চিবিআইক তদন্তৰ বাবে অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছিল চ’ছিয়েল মিডিয়াৰ যোগে।

এতিয়া প্ৰশ্ন উঠিছে, নিজেই চিবিআইৰ তদন্তৰ পোষকতা কৰা ৰীয়াই এতিয়া কিয় পলাতক হৈ আছে?

ইডি আৰু চিবিআইৰ নাম শুনিয়ে ৰীয়া আতংকত ভুগিছে বুলি তেওঁৰ ঘনিষ্ঠ সূত্রই জানিবলৈ দিছে।

উল্লেখ্য যে, ৰীয়াৰ বিৰুদ্ধে সুশান্ত সিং ৰাজপুতৰ বেংক এককাউন্টৰ পৰা ১৫ কোটি টকা এজন অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰাৰ অভিযোগো দাখিল কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd