• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপদত ৰীয়া! : ৩ দিনত সৰ্বোচ্চ ন্যায়ালয়ত সুশান্তৰ মৃত্যুৰ সকলো তথ্য দাখিলৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চৰকাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 7:38 am
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ দিনৰ ভিতৰত মহাৰাষ্ট্ৰ চৰকাৰক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সকলো সংগৃহীত তথ্য দাখিব কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIক দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

Apply Now

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ঘটনাৰ তদন্তক লৈ বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত শীতল বিবাদ আৰম্ভ হৈছিল।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই উক্ত ঘটনাৰ তদন্তৰ ভাৰ চিবিআইক দিয়া নহয় বুলি ঘোষণা কৰাৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাৰ চিবিআইৰ তদন্ত বিচাৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰিছিল।

ইফালে সুশান্তৰ পৰিয়ালে মুম্বাই আৰক্ষীৰ তদন্তত অসন্তুষ্টি ব্যক্ত কৰি অভিনেত্ৰী তথা সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে পাটনাত বিহাৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত বিহাৰ আৰক্ষীৰ এটা দলে মুম্বাইত উপস্থিত হৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিব খুজিছিল যদিও সেই তদন্তত মুম্বাই আৰক্ষীয়ে অসহযোগ কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

আনকি তদন্তৰ বাবে যোৱা বিহাৰ আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়াক মুম্বাইত যোৰকৈ কোৱাৰেন্টাইন কৰা হৈছিল।

ইয়াৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটো সৰ্বোচ্চ ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে আৰু ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীক তিনি দিনৰ ভিতৰত সুশান্তৰ মৃত্যুৰ ঘটনাৰ যাৱতীয় সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য উক্ত তথ্যৰ ভিত্তিতে আগন্তুক তিনি সপ্তাহৰ ভিতৰত শুনানি দি ধাৰ্য কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

ইফালে সুশান্ত সিং ৰাজপুতৰ অধিবক্তাই মুম্বাইৰ আৰক্ষীয়ে তথ্য প্ৰমাণ নষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে তেওঁ পলাতক বুলি বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰিছিল। ইতিমধ্যে ৰীয়াই পাটনাৰ পৰা উক্ত কেচটো মুম্বাইলৈ স্থানান্তৰণ কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।

কিন্তু চিবিআইএ তদন্তৰ দায়িত্ব লোৱা আৰু উচ্চতম ন্যায়ালয়ে মুম্বাই আৰক্ষীৰ ওপৰত হস্তক্ষেপ কৰাৰ পিছত ৰীয়াই কিছু সংকটত পৰাৰ সম্ভাৱনাই দেখা দিছে। কাৰণ জানিব পৰা মতে সৰ্বোচ্চ ন্যায়ালয়ে ৰীয়া চক্ৰৱৰ্তীৰ সুৰক্ষাৰ আবেদন নাকচ কৰিছে।

অৱশ্যে বিহাৰ আৰক্ষীয়ে বাৰম্বাৰ ঘোষণা কৰিছিল যে নিৰ্দোষী হ’লে তেওঁলোকে ৰীয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ নকৰে, তেওঁ মাত্ৰ তদন্তত সহযোগিতা কৰা উচিত। তাৰ পিছতো বিহাৰ আৰক্ষী মুম্বাইত উপস্থিত হোৱাৰ পিছতেই ৰীয়াই অন্তৰ্ধান হয়।

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত চিবিআইক অৰ্পণ কৰা আৰু উচ্চতম ন্যায়ালয়ে তৎপৰতা প্ৰদৰ্শন কৰাত সুশান্তৰ পৰিয়ালৰ লগতে দেশজুৰি থকা অনুৰাগীসকলেও সন্তুষ্টি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd