• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্তই জন্ম দিলে সন্তান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 8, 2020 6:08 pm
COVID19 positive mother gives birth in Sivasagar Civil Hospital
255
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে কভিড১৯ আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান।

আজি এক স্মৰণীয় মুহূৰ্ত্তৰ সাক্ষী হ’ল শিৱসাগৰ অসামৰিক চিকিৎসালয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰথম কভিড আক্ৰান্তই জন্ম দিলে সন্তান।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পূৰ্বতে স্থাপন কৰা কভিডৰ লেবাৰ আৰু অস্ত্ৰোপচাৰ কক্ষত কভিড আক্ৰান্ত মহিলাই জন্ম দিলে দেৱশিশু।

শুকুৰবাৰে দুপৰীয়া শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙৰ কাজল পাংগিং নামৰ গৰ্ভৱতী মহিলাগৰাকী ভৰ্তি হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত।

মহিলাগৰাকীৰ ৰেপিড টেষ্ট কৰাত দুৰ্ভাগ্যবশতঃ তেওঁৰ শৰীৰত কভিড পজিটিভ ধৰা পৰে।

কিন্তু শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই কেনো হেমাহি নকৰি কভিড কেয়াৰ কক্ষত ভৰ্তি কৰে।

কিন্তু মহিলাগৰাকীৰ ৰাতি প্ৰসৱৰ বেদনা হোৱাত চিকিৎসালয়খনত থকা কভিড লেবাৰ ৰূমত ভৰ্তি কৰে মহিলাগৰাকীক।

আৰু নৈশ দায়িত্বত থকা ডাক্তৰ, কভিড ষ্টাফ আৰু লেবাৰ ৰূমৰ ষ্টাফৰ লগতে স্ত্ৰীৰোগ চিকিৎসক ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা আৰু জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীৰ সহায়ত কাজল পাংগিঙে  আজি ৰাতি ২ বাজি ২৩ মিনিটত এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়ে।

ইপিনে প্ৰসূতিগৰাকী আৰু সদ্যজাত শিশুটিক ৰাতিপুৱালৈকে পিপিই কিট পৰিধান কৰি শুশ্ৰূষা কৰে জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীয়ে।

বৰ্তমান মাতৃ আৰু শিশুটি সম্পূৰ্ণ সুস্থ আৰু দুয়োকে কভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ডাঃ প্ৰশান্ত প্ৰতীম শৰ্মা, জ্যেষ্ঠ পৰিচাৰিকা সোণমনি তামুলীৰ কৰ্তব্যনিষ্ঠা আৰু সাহসিকতাক সকলোৱে প্ৰশংসা কৰিছে।

Recent News

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd