• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪০ হাজাৰ অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, নতুনকৈ মুকলি ১৭৮২

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 10:46 pm
Covid19: 1586 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

254
VIEWS
Share on FacebookShare on Twitter

১৭৮২গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰ সৈতে অসমত মুঠ আৰোগ্য লোকৰ সংখ্যাই শনিবাৰে ৪০হাজাৰ অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে ৪০,৫৯১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৬,৯৮০ (।)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে ২২১৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

? Discharge Alert

1⃣7⃣8⃣2⃣ patients have been discharged today.

A good number indeed ?

My best wishes with all recovered patients & their families.

?Total Discharged Patients: 40591
?Active Patients: 16980

10:05 PM/Aug 08#AssamCovidCount #AssamFightsCovid pic.twitter.com/J9STUsG14U

— Himanta Biswa Sarma (@himantabiswa) August 8, 2020

ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ২৯৯, কাছাৰৰ ১৬৫, নগাঁৱৰ ১৫০ আৰু ডিব্ৰুগড়ৰ ১৪২গৰাকী ব্যক্তি।

অৱশ্যে অসমত ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আছে।

যোৱা ২৪ ঘণ্টাত অসমত ৫৪,৮৪৫টা ক’ভিড টেষ্ট সম্পন্ন হৈছে। পজিটিভৰ হাৰ হৈছে ৪.০৪ শতাংশ।

নতুন ক’ভিড পজিটিভ ব্যক্তিসকলক ধৰি অসমত চিনাক্ত মুঠ আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪লৈ বৃদ্ধি পাইছে।

আনহাতে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৪০লৈ বৃদ্ধি পাইছে।

Tags: COVID-19

Recent News

অসমৰ বিদেশী ন্যায়াধিকৰণে আওকাণ কৰি আহিছে সাংবিধানিক অধিকাৰ! বিস্ফোৰক তথ্য প্ৰকাশ এক প্ৰতিবেদনত

অসমৰ বিদেশী ন্যায়াধিকৰণে আওকাণ কৰি আহিছে সাংবিধানিক অধিকাৰ! বিস্ফোৰক তথ্য প্ৰকাশ এক প্ৰতিবেদনত

পিতৃক গুৰুলাগুৰুলকৈ প্ৰহাৰ পুত্ৰৰ : ভাইৰেল যোৰহাটৰ নৃশংস কাণ্ডৰ ভিডিঅ’

পিতৃক গুৰুলাগুৰুলকৈ প্ৰহাৰ পুত্ৰৰ : ভাইৰেল যোৰহাটৰ নৃশংস কাণ্ডৰ ভিডিঅ’

উৰিয়ামঘাটত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু; নগাৰ ভূমি জব্দ কৰিবলৈ ‘অবৈধ বসবাসকাৰী’ৰ নাম ব্যৱহাৰৰ অভিযোগ এন এছ চি এন (নিকি)ৰ

উৰিয়ামঘাটত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু; নগাৰ ভূমি জব্দ কৰিবলৈ ‘অবৈধ বসবাসকাৰী’ৰ নাম ব্যৱহাৰৰ অভিযোগ এন এছ চি এন (নিকি)ৰ

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

খালী হৈ আছে অ’বিচিৰ ৮০%, এছটিৰ ৮৩% আৰু দলিতৰ ৬৪% অধ্যাপকৰ পদ : ৰাজ্যসভাত স্বীকাৰ কৰিলে কেন্দ্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd