• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসকে কেপিটেল লেটাৰত লিখক দৰৱ তথা নিদান পত্ৰ; উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 12:14 pm
doctors

প্ৰতিনিধিত্বমূলক ফটো।

589
VIEWS
Share on FacebookShare on Twitter

চিকিৎসকসকলৰ লিখাক লৈ সাধাৰণতে প্ৰায়েই প্ৰশ্ন উত্থাপিত হয়। ইয়াৰ মাজতে উৰিষ্যা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে চিকিৎসকসকলে ডাঙৰ হাতৰ আখৰ অৰ্থাৎ কেপিটেল লেটাৰত দৰৱ তথা নিদান পত্ৰ (প্ৰেছস্ক্ৰীপশ্যন) লিখক।

এক শুনানিৰ সময়ত ন্যায়াধীশ এছ কে পাণিগ্ৰাহীয়ে কয় যে চৰকাৰী বা ব্যক্তিগত তথা আন মেডিকেল প্ৰতিষ্ঠানত কাম কৰা চিকিৎসকসকলে দৰৱৰ নাম ডাঙৰ হাতৰ আখৰত লিখা উচিত যাতে সেয়া পঢ়িব পৰা যায়।

উৰিষ্যা উচ্চ ন্যায়ালয়ে এখন জামিন আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ দিয়ে।

জামিন আবেদনত এগৰাকী আবেদনকাৰীয়ে নিজৰ বেমাৰী পত্নীৰ চোৱাচিতাৰ বাবে দাখিল কৰিছিল।

নিজৰ আবেদনৰ সৈতে আবেদনকাৰীয়ে নিজৰ পত্নীৰ মেডিকেল তথ্য পাতিও গাঁঠি দিছিল। আদালতে সেই মেডিকেল তথ্যপাতিসমূহ পঢ়ি চোৱাত বহু কঠিনতা থকাৰ লগতে সেয়া সাধাৰণ লোকে বুজি পোৱাৰ বাহিৰত বুলি পতিয়ন যায়।

আদালতে কয় যে চিকিৎসকৰ পঢ়িব নোৱাৰা লিখাই ইসকলৰ এনে মেডিকেল ৰিপৰ্টৰ সৈতে জড়িত হ’বলগীয়া হয় তেনে ৰোগী, ফাৰ্মাচিষ্ট, আৰক্ষী, পৰীক্ষাকাৰী, ন্যায়াধীশৰ বাবে অনাহক জটিলতাৰ সৃষ্টি কৰে।

চিকিৎসকসকলে নিদান পত্ৰ, অ’পিডি শ্লিপ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদি বুজিব পৰাকৈ আৰু সুস্পষ্টকৈ লিখা উচিত।

ন্যায়াধীশ পাণিগ্ৰাহীয়ে কয় যে ডিজিটেল যুগত নিদান পত্ৰ সুস্পষ্টকৈ লিখাৰ কেইবাধৰণৰো বিকল্প আছে। ইয়াৰ ফলত চিকিৎসা ৰোগীৰ বাবে আৰু অধিক সুফলদায়ক হ’ব।

ন্যায়াধীশগৰাকীয়ে লগতে এই বিষয়ত চিকিৎসা সেৱাৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰো নিৰ্দেশ দিয়ে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd