• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ আৰম্ভ ৰহস্য : গোপন বৈঠক আহ্বান উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 6:47 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কি কৰি আছে উত্তৰ কোৰিয়া একনায়কত্ববাদী শাসক কিম জং উনে?

কিছু দিনৰ পৰা নিস্তদ্ধ হৈ থকাৰ ফলত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ অৱস্থানক লৈ বিশ্বজুৰি তুমুল চৰ্চা লাভ কৰা দেখা গৈছে।

Apply Now

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ এনেধৰণৰ নিস্তদ্ধতাক স্বাভাৱিক বুলি মানি ল’ব পৰা নাই বিশ্বৰ ৰাজনীতিৰ বিশ্লেষসকলে।

বিশ্ব ৰাজনীতিত কিমৰ অৱস্থান তথা নিস্তদ্ধতাৰ চৰ্চা চলি থকাৰ সময়তে উত্তৰ কোৰিয়াৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত সংবাদ সংস্থা KCNA (Korean Central News Agency) প্ৰকাশ কৰিছে এক বিস্ফোৰক বাতৰি।

KCNA এ জনোৱা অনুসৰি ৰাষ্ট্ৰপ্ৰধানজনে এটা অতি জুৰুৰী বিষয় আলোচনা কৰাৰ উদ্দেশ্যে দলৰ কেন্দ্ৰীয় কমিটিৰে গোপনে বৈঠকত অংশগ্ৰহণ কৰিব বিচাৰিছে।

অৱশ্যে কি বিষয়ৰ ওপৰত আলোচনাত কৰিব বিচাৰিছে সেয়া KCNA এ প্ৰকাশ নকৰিলেও কোৰিয়ান বিপ্লৱৰ প্ৰচাৰ আৰু দলৰ শক্তি তথা ক্ষমতা বৃদ্ধিৰ ওপৰতে আলোচনা কৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

সাধাৰণৰ দেশত সংকট অথবা আৰম্ভ হ’লে অথবা ৰাষ্ট্ৰপতি উনে লোৱা কঠোৰ সিদ্ধান্তৰ ফলত দেশত জনগণৰ ক্ষোভৰ উমান পালে কিম জং উনে দলৰ কেন্দ্ৰীয় কমিটিৰ সৈতে এনেদৰে বৈঠকত মিলিত হয়।

লগতে পঢ়ক : উঃ কোৰিয়াত তীব্ৰ খাদ্য সংকট! : দেশবাসীৰ পোহনীয়া কুকুৰ ৰাষ্ট্ৰৰ হাতত গতাবলৈ নিৰ্দেশ ৰাষ্ট্ৰপতি কিম উনৰ

ইফালে দেশখনত ক’ৰ’না কালৰ জটিল পৰিস্থিতি, অতিপাত বৃষ্টি, বানৰ তাণ্ডৱৰ ফলত খাদ্য সংকটে দেখা দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

খাদ্য সংকটৰ ফলত দেশৰ সাধাৰণ জনতাৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে বুলিও বাতৰি প্ৰকাশ পাইছে।

আনহাতে আণৱিক অস্ত্ৰ নিৰ্মাণ আৰু পৰীক্ষণৰ কৰি পূৰ্বৰে পৰা আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে কিম জং উনৰ দেশখনে।

ইফালে আন্তৰ্জাতিক বিশ্লেষকৰ মতে উত্তৰ কোৰিয়াত খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশই দৰিদ্ৰতাৰ কৱলত পৰা দেশখনত খাদ্য সংকটতে দেখা দিয়াত দেশৰ জনসাধাৰণ ৰাষ্ট্ৰপতিৰ প্ৰতি ক্ষোভিত হৈ পৰা বুলি ধাৰণা কৰিছে আন্তৰ্জাতিক বিশ্লেষকসকলে।

দেশৰ জনগণৰ এই ক্ষোভ কেনেকৈ প্ৰশমিত কৰিব পাৰি তাৰ কৌশল উদ্ভাৱনৰ বাবেও ৰাষ্ট্ৰপতি কিম জং উনে দলৰ কেন্দ্ৰীয় কমিটিৰ সৈতে গোপনে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰিছে একাংশ বিশ্লেষকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd