• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ আৰম্ভ ৰহস্য : গোপন বৈঠক আহ্বান উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ

NE NOW NEWS এন ই নাও নিউজ
গুহাহাটী , August 20, 2020 7:00 am

2 min read

index
562
VIEWS
Share on FacebookShare on Twitter

কি কৰি আছে উত্তৰ কোৰিয়া একনায়কত্ববাদী শাসক কিম জং উনে?

কিছু দিনৰ পৰা নিস্তদ্ধ হৈ থকাৰ ফলত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ অৱস্থানক লৈ বিশ্বজুৰি তুমুল চৰ্চা লাভ কৰা দেখা গৈছে।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীৰ এনেধৰণৰ নিস্তদ্ধতাক স্বাভাৱিক বুলি মানি ল’ব পৰা নাই বিশ্বৰ ৰাজনীতিৰ বিশ্লেষসকলে।

বিশ্ব ৰাজনীতিত কিমৰ অৱস্থান তথা নিস্তদ্ধতাৰ চৰ্চা চলি থকাৰ সময়তে উত্তৰ কোৰিয়াৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত সংবাদ সংস্থা KCNA (Korean Central News Agency) প্ৰকাশ কৰিছে এক বিস্ফোৰক বাতৰি।

KCNA এ জনোৱা অনুসৰি ৰাষ্ট্ৰপ্ৰধানজনে এটা অতি জুৰুৰী বিষয় আলোচনা কৰাৰ উদ্দেশ্যে দলৰ কেন্দ্ৰীয় কমিটিৰে গোপনে বৈঠকত অংশগ্ৰহণ কৰিব বিচাৰিছে।

অৱশ্যে কি বিষয়ৰ ওপৰত আলোচনাত কৰিব বিচাৰিছে সেয়া KCNA এ প্ৰকাশ নকৰিলেও কোৰিয়ান বিপ্লৱৰ প্ৰচাৰ আৰু দলৰ শক্তি তথা ক্ষমতা বৃদ্ধিৰ ওপৰতে আলোচনা কৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

সাধাৰণৰ দেশত সংকট অথবা আৰম্ভ হ’লে অথবা ৰাষ্ট্ৰপতি উনে লোৱা কঠোৰ সিদ্ধান্তৰ ফলত দেশত জনগণৰ ক্ষোভৰ উমান পালে কিম জং উনে দলৰ কেন্দ্ৰীয় কমিটিৰ সৈতে এনেদৰে বৈঠকত মিলিত হয়।

লগতে পঢ়ক : উঃ কোৰিয়াত তীব্ৰ খাদ্য সংকট! : দেশবাসীৰ পোহনীয়া কুকুৰ ৰাষ্ট্ৰৰ হাতত গতাবলৈ নিৰ্দেশ ৰাষ্ট্ৰপতি কিম উনৰ

ইফালে দেশখনত ক’ৰ’না কালৰ জটিল পৰিস্থিতি, অতিপাত বৃষ্টি, বানৰ তাণ্ডৱৰ ফলত খাদ্য সংকটে দেখা দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

খাদ্য সংকটৰ ফলত দেশৰ সাধাৰণ জনতাৰ মাজত ক্ষোভৰ উদগীৰণ ঘটিছে বুলিও বাতৰি প্ৰকাশ পাইছে।

আনহাতে আণৱিক অস্ত্ৰ নিৰ্মাণ আৰু পৰীক্ষণৰ কৰি পূৰ্বৰে পৰা আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হৈ আহিছে কিম জং উনৰ দেশখনে।

ইফালে আন্তৰ্জাতিক বিশ্লেষকৰ মতে উত্তৰ কোৰিয়াত খাদ্য সংকটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮০ শতাংশই দৰিদ্ৰতাৰ কৱলত পৰা দেশখনত খাদ্য সংকটতে দেখা দিয়াত দেশৰ জনসাধাৰণ ৰাষ্ট্ৰপতিৰ প্ৰতি ক্ষোভিত হৈ পৰা বুলি ধাৰণা কৰিছে আন্তৰ্জাতিক বিশ্লেষকসকলে।

দেশৰ জনগণৰ এই ক্ষোভ কেনেকৈ প্ৰশমিত কৰিব পাৰি তাৰ কৌশল উদ্ভাৱনৰ বাবেও ৰাষ্ট্ৰপতি কিম জং উনে দলৰ কেন্দ্ৰীয় কমিটিৰ সৈতে গোপনে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰিছে একাংশ বিশ্লেষকে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd