• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহালীত দুই চোৰাংচিকাৰী গ্ৰেপ্তাৰ, ৰাইফল জব্দ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 26, 2020 9:21 am
Poachers arrested in Biswanath's Behali
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাৰ যৌথ উদ্যোগত মঙলবাৰে অভিযান চলাই দুজন দুধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী কেইজন হৈছে বিহালী ৰাংচালি সোণাৰীৰ তিলেশ্বৰ দাসৰ পুত্ৰ ৰাতুল দাস ওৰফে গুণ্ডা (৩৫) আৰু ৰাংচালি দলনীৰ সুধিৰাম দাসৰ পুত্ৰ বাবুল দাস (৩৫)।

Apply Now

বাবুল দাস ইতিমধ্যে ভাৰতীয় দণ্ড বিধিৰ অধীনত জি আৰ ৪২৬/১৪ আৰ্ম্চ এক্ট, ডব্লিউ এল(পি) আইনৰ অধীনত চেচন কেচ নং ১৩৬/১৬, আৰু কে আৰ ০৭/ ২০১৮-১৯ অভিযুক্ত।

চোৰাংচিকাৰী কেইজনৰ পৰা এটা পইন্ট থ্ৰী নট থ্ৰী ৰাইফল, এটা পইন্ট থ্ৰী নট থ্ৰী মেগজিন, এটা চাইলেঞ্চাৰ আৰু গঁড় চিকাৰত ব্যৱহৃত কৃষ্ণদেৱ শইকীয়াৰ এখন নাও জব্দ কৰে।

বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গহপুৰৰ মহকুমা আৰক্ষী বিষয়া, বিহালী থানাৰ আৰক্ষী বিষয়া আৰু বন বিভাগৰ বিষয়াসকলে যৌথভাৱে কৰা জেৰাত ধৃত চোৰাংচিকাৰীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে।

উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা ৰাইফলটো ২০১৯ চনত কাজিৰঙাৰ কঁহৰাত গঁড় হত্যাত ব্যৱহৃত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd