DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহালীত দুই চোৰাংচিকাৰী গ্ৰেপ্তাৰ, ৰাইফল জব্দ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 26, 2020 9:21 am
Poachers arrested in Biswanath's Behali
167
VIEWS
Share on FacebookShare on Twitter

বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাৰ যৌথ উদ্যোগত মঙলবাৰে অভিযান চলাই দুজন দুধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী কেইজন হৈছে বিহালী ৰাংচালি সোণাৰীৰ তিলেশ্বৰ দাসৰ পুত্ৰ ৰাতুল দাস ওৰফে গুণ্ডা (৩৫) আৰু ৰাংচালি দলনীৰ সুধিৰাম দাসৰ পুত্ৰ বাবুল দাস (৩৫)।

বাবুল দাস ইতিমধ্যে ভাৰতীয় দণ্ড বিধিৰ অধীনত জি আৰ ৪২৬/১৪ আৰ্ম্চ এক্ট, ডব্লিউ এল(পি) আইনৰ অধীনত চেচন কেচ নং ১৩৬/১৬, আৰু কে আৰ ০৭/ ২০১৮-১৯ অভিযুক্ত।

চোৰাংচিকাৰী কেইজনৰ পৰা এটা পইন্ট থ্ৰী নট থ্ৰী ৰাইফল, এটা পইন্ট থ্ৰী নট থ্ৰী মেগজিন, এটা চাইলেঞ্চাৰ আৰু গঁড় চিকাৰত ব্যৱহৃত কৃষ্ণদেৱ শইকীয়াৰ এখন নাও জব্দ কৰে।

বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গহপুৰৰ মহকুমা আৰক্ষী বিষয়া, বিহালী থানাৰ আৰক্ষী বিষয়া আৰু বন বিভাগৰ বিষয়াসকলে যৌথভাৱে কৰা জেৰাত ধৃত চোৰাংচিকাৰীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰিছে।

উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা ৰাইফলটো ২০১৯ চনত কাজিৰঙাৰ কঁহৰাত গঁড় হত্যাত ব্যৱহৃত কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীয়ে এই সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd