• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ অধ্যক্ষৰ সৈতে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ আলোচনা: উপস্থিত নাথাকিল শিক্ষামন্ত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2018 12:57 pm
Teachers Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে শিক্ষক কৰ্মচাৰী সকলৰ হোৱা আলোচনাত শিক্ষা মন্ত্ৰীগৰাকী উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই ।

শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ উপ-সভাপতি যুগল গগৈয়ে নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি, ‘কালি হৈ যোৱা আলোচনা চক্ৰত কেৱল আমাৰ সমস্যাসমূহৰ ওপৰতহে আলোচনা কৰা হ’ল। কিন্তু এই পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা  আমি কোনো ইতিবাচক ফলাফল লাভ কৰা নাই । দুৰ্ভাগ্যজনক কথা যে সেই আলোচনা চক্ৰত শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত নথকাৰ বাবে আমি আমাৰ প্ৰধান দাবীসমূহ অবগত কৰিব নোৱাৰিলো’।

Apply Now

আনহাতে মঞ্চৰ উপ-সভাপতি গগৈয়ে দুখ প্ৰকাশ কৰি কয় ‘’ৰাজ্যৰ কিছুসংখ্যক বিদ্যালয়ত প্ৰয়োজনীয় ব্যৱস্থাসমূহ যেনে পোচাক-পৰিচ্ছদ, কিতাপ-পত্ৰ তথা বৃত্তি যোগান ধৰাত চৰকাৰে হেমাহি দেখুওৱা পৰিলক্ষিত হৈছে। চৰকাৰৰ এনে হেমাহীৰ বাবে পূৰ্বতে ১৫০ জন শিক্ষাৰ্থী থকা বিদ্যালয় সমূহত এতিয়া ৫০ গৰাকী শিক্ষাৰ্থী আছে যাৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে।‘’

ইফালে কালিৰ আলোচনাত শিক্ষা মন্ত্ৰী উপস্থিত নথকা কাৰ্যত ক্ষোভিত হৈ আমাৰ আগত কয়, ‘শিক্ষামন্ত্ৰী গৰাকীয়ে অন্যৰ হতুৱাই এই সমস্যা সমাধান কৰাতকৈ তেওঁ নিজে উপস্থিত থাকিব লাগিছিল। তেওঁ নিৰ্বাচনৰ পূৰ্বে ২৬৯ খন নিৰ্বাচনী সভাত ৯০ দিনৰ ভিতৰত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু গাদী দখল কৰি এতিয়া সকলো প্ৰতিশ্ৰুতি পাহৰি গ’ল। তাৰোপৰি এবছৰ পাৰ হৈ যোৱাৰ পিছতো প্ৰাদেশীকৰণৰ আইনখন ৰূপায়ন কৰিবলৈ সক্ষম হোৱা নাই’।

প্ৰতিবাদকাৰী শিক্ষকসকলৰ মতে, ‘শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সৈতে কোনো আলোচনা নকৰাকৈ যোৱা ১০ মাৰ্চ ২০১৭ ত অতি আসোঁৱাহপূৰ্ণ প্ৰাদেশিকীকৰণ আইন ২০১৭ গৃহীত কৰিছিল। এই আইনৰ অধীনত ৬৩১১ খন শিক্ষানুষ্ঠানত কৰ্মৰত ৩৩,০৭৯ গৰাকী শিক্ষকক অপ্ৰাদেশীকৃত ঘোষণা কৰা হ’ল লগতে তেওঁলোক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হ’ল।‘’

ইয়াৰোপৰি তেওঁলোকে কৰা অভিযোগ অনুসৰি ষষ্ঠ অনুসূচী অঞ্চলৰ লগতে অনুসূচীত জাতি-জনজাতি, চাহ বাগিছা অঞ্চল, সীমান্তৱৰ্তী অঞ্চল আদিৰ বাবে থাকিবলগীয়া বিশেষ ৰেহাইৰ ব্যৱস্থা শিক্ষাবিভাগে নাৰাখিলে। লগতে মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহৰ প্ৰাদেশীকৰণৰো কোনো প্ৰতিশ্ৰুতি এই আইনৰ অন্তৰ্ভূক্তি নহ’ল বুলি তেওঁলোকে সদৰী কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা  : ৩০ লাখ টকা পৰ্যন্ত মূল্যৰ বৈদ্যুতিক বাহনত পথ-কৰ আৰু পঞ্জীয়ন মাচুল সম্পূৰ্ণ ৰেহাই

June 29, 2026 7:26 pm
মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

মহৰমৰ কাৰ্যসূচীক লৈ বিতৰ্ক, পাকিস্তানত ১৫ দিনৰ বাবে নিষিদ্ধ জিঅ’ নিউজ

June 29, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

June 29, 2026 8:02 pm
ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

ৰাম মন্দিৰৰ ধন আত্মসাৎ বিতৰ্ক: অভিযুক্তৰ হৈ আদালতত থিয় নিদিয়ে অধিবক্তাই, চম্পত ৰায়সহ তিনিজনক অযোধ্যা এৰাৰ সকীয়নি

June 29, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd