• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশু শ্ৰমিকক নিৰাপত্তা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ম্যানমাৰ চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 3:54 pm
a child labourer of burma
1.2k
VIEWS
Share on FacebookShare on Twitter

অত্যন্ত প্ৰতিকূল অৱস্থাত কাম কৰি থকা শিশু শ্ৰমিকসকলক সুৰক্ষা দিয়াৰ বাবে ম্যানমাৰ চৰকাৰে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ফলপ্ৰসূভাৱে আগবঢ়াৰ উদ্দেশ্যে দেশখনে শিশুসকলৰ বাবে নিৰাপদ বুলি বিবেচিত নোহোৱা কাম কিছুমানৰ এখন তালিকা প্ৰস্তুত কৰিছে।
শ্ৰম আইন, শিক্ষাৰ অধিকাৰ, এনেধৰণৰ কেতবোৰ বিষয়ত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য আগত ৰাখি দেশখনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে আন্তৰ্জাতিক শ্ৰম সংস্থাই ৫ আৰু ১৮ বছৰৰ মাজৰ শ্ৰমত নিযুক্ত ব্যক্তিক শিশু শ্ৰমিক হিচাপে বিবেচনা কৰে ।
তথ্য অনুযায়ী সমগ্ৰ ম্যানমাৰত ১.২মিলিয়ন শিশু শ্ৰমিক আছে আৰু তাৰে ৮০ শতাংশই গাঁও এলেকাৰ পৰা অহা।

আন্তৰ্জাতিক শ্ৰম সংস্থাই প্ৰকাশ কৰিছে যে ৫ বছৰ বা ততোধিক বয়সৰ ১.২ মিলিয়ন শিশু দেশখনৰ অবৈধ শ্ৰমৰ বজাৰখনত বন্দী হৈ আছে, যি সকলৰ কিছুমানক দিনটোত ১৪ ঘণ্টা পৰ্যন্ত হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হয়।

আন্তৰ্জাতিক সংস্থাটোৰ প্ৰতিৱেদনত প্ৰকাশ যে শিশু শ্ৰমিকসকলক প্ৰায়েই মালিকসকলে আৰু বয়সীয়া কৰ্মচাৰীসকলে গালি-শাপনি পাৰে, যিয়ে তেওঁলোকৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে।

ম্যনমাৰৰ শ্ৰম আইনে ব্যক্ত কৰে যে কাৰখানাত কাম কৰা শিশুসকলকহে শিশু শ্ৰমিক হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি।
আনুমানিক ১১,০০০ শিশুৱে ম্যানমাৰৰ চাহৰ দোকান আৰু ৰেষ্টোৰাঁসমূহত কাম কৰি আছে।

২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৮ তাৰিখে ম্যানমাৰে সংস্থাটোৰ আন্তৰ্জাতিক শ্ৰম সংস্থা চুক্তি-১৮২ ( ILO Convention 182) নামৰ ‘আটাইতকৈ বিপজ্জনক প্ৰকাৰৰ শিশু শ্ৰম’ চুক্তিখনত স্বাক্ষৰ কৰে আৰু ২০১৫ চনৰ ছেপ্টেম্বৰত এটি কাৰ্যকৰীকৰণ প্ৰতিৱেদন আগবঢ়ায়।
আন্তৰ্জাতিক শ্ৰম নীতি আৰু শ্ৰম অধিকাৰৰ প্ৰায়োগিক দিশসমূহৰ সৈতে একে মানৰ কৰি তেলাৰ উদ্দেশ্যে দেশখনে ইয়াৰ শ্ৰম সম্পৰ্কীয় আইন-কানুনসমূহ পুনৰীক্ষণ কৰি আছে। শেহতীয়াভৱে ম্যানমাৰৰ সংসদে দেশখনৰ শ্ৰম আইনৰ সংশোধন কৰিছে আৰু নতুন শ্ৰম আইন প্ৰণয়ন কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd