• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি চৰকাৰে একমাত্ৰ খিলঞ্জীয়া মুছলমানকেই নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে : মেহেদী আলম বড়া

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
September 13, 2020 6:38 pm
346
VIEWS
Share on FacebookShare on Twitter

”বিজেপি চৰকাৰে কেবল খিলঞ্জীয়া মুছলমানকে নহয় সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণ কৰিছে। অখিল গগৈৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক,” মেহেদী আলম বড়াই এইদৰে মন্তব্য কৰে।

আজি শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদৰ এক সংবাদ মেলত সংঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা মেহেদী আলম বড়াই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইদৰে সমালোচনা কৰাৰ লগতে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ দৰে ব্যক্তিক চৰকাৰে কিয় অসমৰ প্ৰান্তে প্ৰান্তে ধৰ্মীয় বিষবাষ্প সিঁচিবলৈ এৰি দিছে বুলি প্ৰশ্ন কৰে।

বড়াই অখিল গগৈৰ গ্ৰেপ্তাৰ অবৈধ আৰু অগণতান্ত্ৰিক বুলি মন্তব্য কৰাৰ লগতে অতি শীঘ্ৰে অখিল গগৈক মুকলি কৰি দিবলৈয়ো দাবী জনায়।

আনহাতে, বৰাই সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক আইন ভংগকাৰী বুলি কোৱাৰ লগতে চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো চৰকাৰৰ দুৰ্বলতা বুলি কয়।

ইপিনে, শিৱসাগৰৰ নাৰী সমাজ, সংবাদ মাধ্যম তথা দল সংগঠনক অপমানসূচক মন্তব্য কৰা গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ২৪ খনকৈ এজাহাৰ দাখিল হোৱাৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন নিশ্চুপ হৈ থকা বিষয়টোৱে কোনো ৰাজনৈতিক শক্তিৰ ওচৰত প্ৰশাসন বন্দী হৈ থকাৰ উমান পোৱা গৈছে বুলি কটাক্ষ কৰে বড়াই

তদুপৰি, জাতি-মাটি-ভেটি ৰক্ষা কৰা তথা পৰিৱৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰে কেৱল খিলঞ্জীয়া মুছলমানকেই নহয় অসমৰ সকলো জাতি-জনগোষ্ঠীক প্ৰতাৰণা কৰিছে বুলিও মন্তব্য কৰে বড়াই।

আজিলৈকে ৰাজনৈতিক, আর্থিক, সামাজিকভাৱে পিছপৰা খিলঞ্জীয়া মুছলমান সকলৰ জৰীপৰ বাবে ১০০ কোটি টকা ধাৰ্য্য কৰিও জৰীপ সম্পন্ন নকৰিলে চৰকাৰে। আজানপীৰ কলাক্ষেত্ৰৰ ১০০ কোটি টকাৰ  আৱন্টনৰ দাবী আজিলৈ পূৰ্ণ নকৰিলে বুলিও চৰকাৰক সমালোচনা কৰে নেতা গৰাকীয়ে।

কংগ্ৰেছ চৰকাৰৰ দিনত কাম আগবঢ়া উচ্চ সদন গঠন প্ৰক্ৰিয়া এইখন চৰকাৰে স্থবিৰ কৰি দিলে। উজনি অসম মুছলিম কল্যাণ পৰিষদে ২০২১ ৰ  নির্বাচনত অসমীয়া জাতি আৰু সমাজক সুৰক্ষিত কৰা আঞ্চলিকতাবাদ সম্পন্ন দলক খিলঞ্জীয়া মুছলমানে সমর্থন কৰিব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

সংবাদ মেলত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি ছৌকত লতিফ আৰু উপ সভাপতি মণিৰুল ইছলাম বড়া উপস্থিত থাকে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd