• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি গঠন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
October 4, 2020 4:42 pm
District conveners' committee of AJP formed in Biswanath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত আজি গঠন হয় অসম জাতীয় পৰিষদৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি।

বিশ্বনাথ চাৰিআলিৰ বীনাপাণি নাট্য মন্দিৰত বিশ্বনাথ জিলাখনৰ তিনিওটা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিক সাঙুৰি গঠন কৰা হয় এই আহ্বায়ক সমিতি।

Apply Now

অসম জাতীয় পৰিষদৰ বিশ্বনাথ আৰু শোণিতপুৰৰ আহ্বায়কৰ দায়িত্বত থকা জান বৰাৰ উপস্থিতিত গঠন কৰা হয় বিশ্বনাথ জিলা আহ্বায়ক সমিতিখন।

কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কম সংখ্যক ৪০জন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথা বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে বিজেপি চৰকাৰৰ ফেচিষ্ট নীতিৰ ওপৰত কঠোৰ সমালোচনা কৰি আগন্তুক দিনত বিশ্বনাথৰ ৰাজনীতিত বিজেপিক উৎখাত কৰাৰ বাবে সকলো জাতীয় দল সংগঠন একত্ৰিত হোৱাৰ প্ৰয়োজন বুলি সভাখনত পৰ্যালোচনা কৰে।

ইফালে বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ মুখ্য আহ্বায়ক জান বৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, “আমি আজি বীজ অংকুৰিত কৰিছো প্ৰথম পৰ্যায়ত। আমি আশাবাদী আগন্তুক দিনত আমি আমাৰ আদৰ্শ-নীতি প্ৰত্যেক খন ঘৰলৈ কঢ়িয়াই লৈ যাম। আঞ্চলিকতাবাদক বিশ্বাস কৰা প্ৰতিটো ভাষাভাষীক লৈ সকলো একত্ৰিত হৈ আগবাঢ়ি যাম।”

উল্লেখ যে বিণাপাণি নাট্য মন্দিৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত হোৱা এখন সভাত ১৪ জনীয়া আহ্বায়ক সমিতি গঠন কৰি দিয়ে।

শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলা ৰ আহ্বায়ক হিচাপে নিযুক্ত কৰা তেজপুৰৰ জান বৰাৰ নেতৃত্বত বিশ্বনাথৰ প্ৰাক্তন ছাত্ৰ নেতা দিগন্ত বৰা দেৱে আঁত ধৰা বিশ্বনাথৰ এগৰাকী বিশিষ্ট ব্যক্তি অপূৰ্ব দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়।

কাৰ্য্যসূচী অনুযায়ী সভাৰ উদেশ্য বাখ্যা কৰে আহ্বায়ক জান বৰাই।

বিশ্বনাথ জিলাৰ অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক হিচাপে দুধনৈ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা গহপুৰৰ বিশিষ্ট ব্যক্তি ড° গোপাল ফুকন আৰু অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ পৰা জৰিত বিশ্বনাথৰ এগৰাকী  প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰাক্তন বেংক বিষয়া অমৃত হাজৰিকা লগতে বিশ্বনাথ সমষ্টিৰ পৰা বিশ্বনাথ সমষ্টিৰ অগপ প্ৰাক্তন সম্পাদকদ্বয় মৃদুল দাস আৰু পলাশ বৰকাকতিৰ লগতে বিশ্বনাথ জিলা অগপৰ প্ৰাক্তন সম্পাদক কন্দৰ্প হাজৰিকা, বিহালী সমষ্টিৰ পৰা মধু দাস, বিৰিঞ্চি ডেকা বৰুৱা, গোপাল হাজৰিকা, গুণসিন্ধু ডেকা বৰুৱা আৰু ভবেন বণিয়া, গহপুৰ সমষ্টিৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ দিগন্ত গোহাঁই, ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেৱেশ্বৰ বৰুৱা, বিশিষ্ট ব্যৱসায়ী তথা অগপৰ প্ৰাক্তন নেতা মিন্টু শৰ্মা, গহপুৰ অগপৰ প্ৰাক্তন নেতা শিৱ বৰা আৰু সমাজকৰ্মী গজেন ভূঞা লগতে বিশ্বনাথৰ যুৱ গোট আহ্বায়ক হিচাপে প্ৰাক্তন ছাত্ৰ নেতা তথা বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক জিন্টু বৰাক লৈ এখন শক্তিশালী আহ্বায়ক সমিতিৰ গঠন কৰা হয়।

আজিৰ সভাই অহা ১৫ দিনৰ ভিতৰত  সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বত এখন বিশ্বনাথ জিলা সমিতিৰ গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় লগতে পৰবৰ্তী পৰ্যায়ত সমষ্টি সমিতি, আঞ্চলিক সমিতি আৰু বুথ সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত উপস্থিত থকাৰ মুখ্য আহ্বায়ক ড° গোপাল ফুকন, অমৃত হাজৰিকা, বিশিষ্ট নাট্যকাৰ মৃণাল গোস্বামী, অগপ-ৰ প্ৰাক্তন নেতা কন্দৰ্প হাজৰিকা, দিগন্ত গোহাঁই, দেৱেশ্বৰ বৰুৱা, মিন্টু শৰ্মাই নিজৰ বক্তব্যত অসমত এটা শক্তিশালী আপোচ বিহীন আঞ্চলিকতাবাদ স্থাপনৰ কৰি অসমৰ জাতীয় জীৱনৰ হকে কাম কৰি যোৱাৰ মত পোষণ কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd