• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রীৰ ভ্রমণৰ প্রতিবাদ: আজিৰে পৰা ৩দিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান জনজাতি সংগঠনৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 12, 2020 7:56 am
Media-Briefing-1-750x375

ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত  ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান দিছে।

বিজেএছএমৰ সভাপতি জনকলাল বসুমতাৰীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰে ‘বি টি আৰ’ আৰ্হিত স্বাক্ষৰিত তথাকথিত নতুন বড়ো চুক্তিৰ ৰূপায়নৰ দ্বাৰা বিটিএডি আৰু বিটিচি ভংগ কৰাৰ এক ধ্বংসকাৰী তথা দুৰ্ভাগ্যজনক প্ৰচেষ্টা চলাইছে।

Apply Now

চুক্তিখনক এক ‘অসাৰ্থক’ বুলি অভিহিত কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা খিলঞ্জীয়া বড়ো জনজাতি লোকসকলৰ এখন সুকীয়া ৰাজ্যৰ ৫০ বছৰীয়া পুৰণি যুক্তিসংগত দাবীক মষিমূৰ কৰাৰ বাবে এটা নতুন ৰাজনৈতিক অভিসন্ধি কৰা হৈছে।

এক বিবৃতিত তেওঁ কয় যে জনজাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ এনে নিৰ্ণায়ক ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰবল বিৰোধিতা কৰিছে।

বসুমতাৰীয়ে লগতে কয় যে যোৱা ৭ অক্টোবৰত অসম চৰকাৰৰ কেবিনেটে সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ অধীনত ৰাজ্য ভাষাৰ মৰ্যাদা প্ৰদানৰ পৰিৱৰ্তে বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে গ্ৰহণ কৰি জাননী জাৰি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে জনজাতীয় সংগঠনসমূহে।

তেওঁ কয় যে তেওঁলোকে অসম চৰকাৰৰ এক অনিৰ্দিষ্টকাললৈ বিটিচিৰ নিৰ্বাচন পিছুওৱাৰ কৌশল তথা বিটিএডিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ প্ৰৱণতাৰো তীব্ৰ বিৰোধিতা কৰিছে।

দ্য অল বডো টেৰিটৰিছ ট্ৰাইবেল অ’ৰ্গেনাইজেশ্যনছ, নেশ্যনেল কো-অ’ৰ্ডিনেশ্যন কমিটি, অল বডো পিপুলছ চিভিল ছচাইটি , অল আছাম মংগলইড অৰিজিন ট্ৰাইবেল অ’ৰ্গেনাইজেশ্যন কনফেডাৰেশ্যন, অল ইণ্ডিয়া মংগলইড অৰিজিন ইণ্ডিজেনাছ ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যনে বন্ধলৈ সমৰ্থন আগবঢ়াইছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd