DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রীৰ ভ্রমণৰ প্রতিবাদ: আজিৰে পৰা ৩দিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান জনজাতি সংগঠনৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 12, 2020 7:56 am
Media-Briefing-1-750x375

ফাইল ফটো।

514
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত  ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান দিছে।

বিজেএছএমৰ সভাপতি জনকলাল বসুমতাৰীয়ে কয় যে বৰ্তমান ৰাজ্য চৰকাৰে ‘বি টি আৰ’ আৰ্হিত স্বাক্ষৰিত তথাকথিত নতুন বড়ো চুক্তিৰ ৰূপায়নৰ দ্বাৰা বিটিএডি আৰু বিটিচি ভংগ কৰাৰ এক ধ্বংসকাৰী তথা দুৰ্ভাগ্যজনক প্ৰচেষ্টা চলাইছে।

চুক্তিখনক এক ‘অসাৰ্থক’ বুলি অভিহিত কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা খিলঞ্জীয়া বড়ো জনজাতি লোকসকলৰ এখন সুকীয়া ৰাজ্যৰ ৫০ বছৰীয়া পুৰণি যুক্তিসংগত দাবীক মষিমূৰ কৰাৰ বাবে এটা নতুন ৰাজনৈতিক অভিসন্ধি কৰা হৈছে।

এক বিবৃতিত তেওঁ কয় যে জনজাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ এনে নিৰ্ণায়ক ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰবল বিৰোধিতা কৰিছে।

বসুমতাৰীয়ে লগতে কয় যে যোৱা ৭ অক্টোবৰত অসম চৰকাৰৰ কেবিনেটে সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ অধীনত ৰাজ্য ভাষাৰ মৰ্যাদা প্ৰদানৰ পৰিৱৰ্তে বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে গ্ৰহণ কৰি জাননী জাৰি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে জনজাতীয় সংগঠনসমূহে।

তেওঁ কয় যে তেওঁলোকে অসম চৰকাৰৰ এক অনিৰ্দিষ্টকাললৈ বিটিচিৰ নিৰ্বাচন পিছুওৱাৰ কৌশল তথা বিটিএডিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ প্ৰৱণতাৰো তীব্ৰ বিৰোধিতা কৰিছে।

দ্য অল বডো টেৰিটৰিছ ট্ৰাইবেল অ’ৰ্গেনাইজেশ্যনছ, নেশ্যনেল কো-অ’ৰ্ডিনেশ্যন কমিটি, অল বডো পিপুলছ চিভিল ছচাইটি , অল আছাম মংগলইড অৰিজিন ট্ৰাইবেল অ’ৰ্গেনাইজেশ্যন কনফেডাৰেশ্যন, অল ইণ্ডিয়া মংগলইড অৰিজিন ইণ্ডিজেনাছ ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যনে বন্ধলৈ সমৰ্থন আগবঢ়াইছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd