• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ জাৰ্নেল উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যখনৰ আৰ্থ-সামাজিক সৱলীকৰণৰ দিশত অগ্ৰণী ভূমিকা পালনৰ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক আহ্বান মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 9:25 pm
Sarbananda-Sonowal-Assam-CM-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তেখেতৰ চৰকাৰী বাসভৱনত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ তথা আয়োগৰ দুগৰাকী উপদেষ্টা ভ্ৰমে ডঃ মৃদুল হাজৰিকা আৰু ডঃ কে এম বুজৰবৰুৱাৰ উপস্থিতিত আয়োগৰ দ্বাৰা প্রকাশ কৰা জাৰ্নেলৰ দ্বিতীয় খণ্ড উন্মোচন কৰে।

“থট্‌ প্রচেছ : পইণ্টছ্‌ টু প’ণ্ডাৰ” নামৰ আজি উন্মোচন কৰা জাৰ্নেলখনৰ জৰিয়তে পাঠকৰ মাজত সমাজৰ নিম্নস্তৰৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়ন তথা তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ দিশত উদ্ভাৱনীমূলক চিন্তা-চৰ্চ্চা গঢ় দিয়াৰ প্রয়াস চলোৱা হৈছে।

Apply Now

ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক তেওঁলোকৰ জাৰ্নেলৰ দ্বিতীয় খণ্ড মুকলি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে আয়োগৰ উপাধ্যক্ষগৰাকীক ৰাজ্যখনৰ অগ্ৰাধিকাৰৰ খণ্ডসমূহ চিনাক্ত কৰি উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰাৰ দিশত ৰাজ্য চৰকাৰক পাৰদৰ্শী পৰামৰ্শ আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো কোভিড-১৯ অতিমাৰীয়ে উন্নয়নৰ গতি কিছু মন্থৰ কৰিছে যদিও এই মন্থৰতাক গতিশীলতালৈ ৰূপান্তৰ কৰাৰ দিশত চৰকাৰক পথ নিৰ্দেশনা প্রদানৰ বাবে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক ডিজিটেল সৱলীকৰণ বিশেষকৈ গ্ৰামাঞ্চলত ডিজিটেল সৱলীকৰণৰ পদক্ষেপ ল’বলৈও আহ্বান জনায়।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে কোভিড-১৯এ সৃষ্টি কৰা এই জটিল সময়ত ছাত্ৰ-ছাত্ৰীসকলে পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল প্ৰযুক্তিগত শৈক্ষিক ব্যৱস্থাই এক বিকল্প হিচাপে পৰিগণিত হৈছে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানকসমূহক ডিজিটেল প্ৰযুক্তিৰে সৱলীকৰণৰ দিশত পদক্ষেপ লোৱাৰ বাবে আহান জনায়।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ দিশত উদ্ভাৱনীমলুক পদক্ষেপ লোৱাৰ দিশত অগ্ৰণী ভূমিকা পালন কৰাৰ বাবেও ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগক আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd