• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বাসভৱন, অট্টালিকা বোলোৱা হ’ব নেকি গেৰুৱা ৰঙেৰে! মিছন সফল কৰিবলৈ কোন হৈছে তৎপৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 5:53 pm
a saffron
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভাৰ নিৰ্বাচন সমাগত। এনে সময়তে ৰাজ্যবাসীৰ মন বিজেপিমুখী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিন পূৰ্বে গুৱাহাটীৰ সকলো বাসভৱন, অট্টালিকা এটা বিশেষ ৰঙেৰে বোলাবলৈ জনোৱা আহ্বানৰ পিছতে ৰাজ্যিক বিজেপিয়ে এতিয়া ৰাজ্যৰ সকলো বাসভৱন আৰু অট্টালিকা গেৰুৱা ৰঙেৰে বোলোৱাৰ বাবে অভিযান চলাবলৈ সাজু হোৱাৰ বাতৰি পোৱা গৈছে।

Apply Now

ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাই এই প্ৰসংগত মন্তব্য কৰি কয় যে ৰাজ্যৰ সকলো বাসভৱন আৰু অট্টালিকা যেতিয়া গেৰুৱা ৰঙেৰে ৰং কৰা হ’ব তেতিয়া পৰিবেশটোৱেই সুন্দৰ হৈ পৰিব।

ইয়াৰ  ফলত অসমলৈ অধিক হাৰত পৰ্যটক আকৰ্ষিত হ’ব বুলি তেওঁ দাবী কৰে।

তেওঁ অৱশ্যে লগতে কয় যে ঘৰত নতুনকৈ ৰং কৰাৰ বাবদ বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ খৰচ বহন কৰা নহ’ব।

গৃহস্থই নিজা খৰচত ঘৰত গেৰুৱা ৰং কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যৰ সকলো ঘৰ এটা ৰঙৰে হ’লে পৰ্যটক আকৰ্ষিত হ’ব বুলি মন্তব্য কৰিছিল।

প্ৰণিধানযোগ্য কথাটো হ’ল সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ সকলো ঘৰ একেটা ৰঙেৰে ৰং কৰাৰ  প্ৰথম নিয়ম প্ৰৱৰ্তন কৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

তৃণমূল কংগ্ৰেছ বংগত শাসনলৈ অহাৰ পিছতে মমতাৰ নিৰ্দেশত পশ্চিমবংগৰ ঘৰ-দুৱাৰ আনকি পথৰ কাষৰ লাইটপোষ্টো সেউজীয়া ৰঙেৰে বোলোৱা হৈছিল।

অসমতো একে নীতি অৱলম্বন কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী কংগ্ৰেছে।

ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ববিতা শৰ্মাই কয় যে ৰাইজৰ সন্মুখত দাঙি ধৰিব পৰাকৈ বিজেপিৰ হাতত উন্নয়নৰ কোনো উদাহৰণ নাই।

আকাশলংঘী মূল্যবৃদ্ধিৰ বোজাত ৰাইজ আজি বেঁকা হৈ পৰিছে।কিন্তু এনেবোৰ কথালৈ গুৰুত্ব নাই বিজেপিৰ।

বিজ্ঞাপনধৰ্মী চমকেৰে বিজেপিয়ে ৰাজ্যৰ জনতাক আঁভুৱাভাঁৰি আহিছে বুলিও তেওঁ কয়।

বিজেপিৰ এনে গেৰুৱাৰকৰণৰ কাৰ্যসূচীলৈ নিৰ্বাচন আয়োগেও কেনে সঁহাৰি জনায় সেয়া সময়ত লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd