• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ আৰু কলিয়াবৰত অসম চৰকাৰৰ প্ৰস্তাৱিত আদৰ্শ হাই স্কুলৰ আধাৰশিলা স্থাপন

পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা by পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা
November 1, 2020 5:45 pm
20201101_162911
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সমগ্ৰ ৰাজ্যত ১১৯ খন চাহ বাগিছাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়।

এই আঁচনিৰ অধীনত শিৱসাগৰ জিলাৰ নাজিৰাৰ মেকীপুৰ চাহ বাগিচাত নিৰ্মাণ হ’ব লগীয়া আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা হ’ব এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ।

১ কোটি ১৯ লাখ ৭৫ হাজাৰ টকাৰ ব্যয়েৰে অসমৰ ১১৯ খন চাহ বাগিচাত এই আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ষাঠী বছৰৰ অধিক কাল কংগ্ৰেছ চৰকাৰে চাহ শ্ৰমিকসকলৰ পুত্ৰ কন্যা সন্তানৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নত মানৰ শিক্ষানুষ্ঠান গঢ় দিব নোৱাৰিলে।

যাৰ বাবে চাহ শ্ৰমিকৰ পুত্ৰ কন্যাসকল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। সেইবাবে নৰেন্দ্ৰ মোডীৰ সব কা সাথ সব কা বিকাশ শ্ল’গানৰ আধাৰত অসমৰ ১১৯ খন চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

উক্ত শুভাৰম্ভ অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।

আনহাতে কলিয়াবৰত স্থাপন হ’বলগীয়া আদৰ্শ হাইস্কুলৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই।

ৰাজ্যৰ চাহ বাগিচাসমূহত অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে ১১৯ খন আদৰ্শ হাইস্কুল নিৰ্মাণৰ শুভাৰম্ভ কাৰ্য হিচাপে কলিয়াবৰৰ তিনি স্থানত তিনিখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ আধাৰশিলা স্থাপন কৰে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰে।

এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা

পাৰ্শ্বজ্যোতি গগৈ, ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd