• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১০.৭৫ কোটি টকাৰে চুক্তিবদ্ধ কৰা ক্ৰিকেটাৰৰ বেটৰ পৰা নোলাল এটাও ছিক্স

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 1:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আই পি এলত কিংছ ইলেভেন পঞ্জাৱৰ অধিনায়ক কে এল ৰাহুল, মায়ংক আগৰৱাল, ক্ৰিছ গেইল আৰু নিকোলাছ পুৰাণৰ বেটিঙে ক্ৰিকেটপ্ৰেমীক আকৰ্ষিত কৰিছে যদিও সেই দলটোৰে আটাইতকৈ দামী বেটছমেনজনৰ হতাশাজনক প্ৰদৰ্শন এতিয়া চৰ্চাৰ মূল বিষয় হৈ পৰিছে।

২০২০ বৰ্ষৰ বাবে পঞ্জাৱত চুক্তিবদ্ধ হৈছিল বিশ্বৰ অন্যতম বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেল। তেওঁৰ অন্তৰ্ভুক্তিয়ে দলক অধিক মাত্ৰা প্ৰদান কৰিব বুলি মেনেজমেণ্ট আৰু অনুৰাগীয়ে আশা কৰিছিল যদিও বাস্তৱত সেয়া সম্ভৱ হৈ নুঠিল।

Apply Now

সম্পূৰ্ণ ছিজনটোত ১১টা ইনিংছত ১০৭টা বলৰ সন্মুখীন হোৱা এইগৰাকী বিস্ফোৰক বেটছমেনৰ বেটৰ পৰা নাহিল এটাও ছিক্স। যাৰ বাবে এতিয়া সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন হৈছে মেক্সৱেল।

কিংছ ইলেভেন পঞ্জাৱে অষ্ট্ৰেলিয়াৰ এই গৰাকী ক্ৰিকেটাৰক ১০.৭৫ কোটি টকাৰ বিনিময়ত দলত চামিল কৰিছিল।

ইয়াৰ উপৰি মেক্সেৱেলে এইবাৰৰ ছিজনত খেলা ১১টা ইনিংছত এটাও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। চলিত আই পি এলত তেওঁ মাত্ৰ এবাৰহে ৩০ৰ অধিক ৰান সংগ্ৰহ কৰিছে।

তেওঁ ২০১৬ৰ পিছত প্ৰথমবাৰৰ বাবে এটাও অৰ্ধশতক অৰ্জন নকাৰকৈয়ে আই পি এলৰ অভিযান সামৰিবলগীয়া হয় মেক্সৱেল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মেক্সৱেলে ২০১৪ চনত পঞ্জাৱৰ হৈ খেলিছিল আৰু সেইটো ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল।

২০১৪ৰ প্ৰদৰ্শনৰ ভিত্তিতে দলত মেক্সৱেলক পুনৰ এবাৰ চুক্তিবদ্ধ কৰা হয় যদিও এইবাৰ তেওঁ সকলোকে হতাশ কৰি তোলা পৰিলক্ষিত হৈছে।

ইফালে আই পি এল ২০২০ত সৰ্বোচ্চ ১৫.৫০ কোটি টকাৰে কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰা অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছনৰ প্ৰদৰ্শনেও হতাশ কৰিছে দল আৰু অনুৰাগীক।

কামিনছে চলিত ছিজনৰ ১৪ খন মেচত মাত্ৰ ১২ টাহে উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd