• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পর্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট বন্ধৰ নিৰ্দেশ চৰকাৰৰ : বিক্ষুব্ধ দেশৰ নাগৰিকৰ তীব্ৰ বিৰোধিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 7:19 am
index.jpga
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট বন্ধৰ নিৰ্দেশ দিয়াৰ পিছত থাইলেণ্ডৰ সামাজিক মাধ্যমত দেশৰ নাগৰিকসকলে তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে দেশখনৰ চৰকাৰে যোৱা ২ নৱেম্বৰত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট নিষিদ্ধ কৰিছিল।

Apply Now

এই নিষিদ্ধকৰণৰ বিৰুদ্ধে থাইলেণ্ডৰ নাগৰিকসকলে চ’ছিয়েল মিডিয়াত চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে।

ইতিমেধ্য দেশখনত পৰ্ণহাবসহ ৱেবটাইটসমূহ পুনৰ প্ৰচলনৰ বাবে সামাজিক মাধ্যমত এক অভিযান আৰম্ভ কৰিছে দেশৰ নাগৰিক সমাজে।

সামাজিক মাধ্যমত #SavePornhub বুলি আৰম্ভ কৰা এই অভিযানে দেশৰ সামাজিক মাধ্যমৰ চাইটসমূহৰ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে।

After the ban of PornHub in Thailand many people unrelated to the current protests say the will take to the streets. Protests are planned today in front of the digital ministry and the hashtag #savepornhub keeps trending on Thai Twitter.

— Florian Witulski (@vaitor) November 3, 2020

চলিত বৰ্ষত থাইলেণ্ড ৰাজৈনিতকভাৱেও উত্তপ্ত হৈ আছে। দেশখনৰ ৰাজতন্ত্ৰ বিৰোধ আৰু প্ৰধানমন্ত্ৰী চান ওচাৰৰ পদত্যাগৰ দাবীত দেশখনৰ জনতাই যোৱা জুলাইৰ মাহৰ পৰাই বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

ইফালে থাইলেণ্ডৰ আইন অনুযায়ী দেশখনৰ ৰাজতন্ত্ৰক সমালোচনা কৰাৰ অধিকাৰ নাগৰিকৰ নাই, ইয়াক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হয়।

সেয়ে বিৰোধী দলৰ লগতে থাই জনতাই দেশখনৰ সংবিধান সংশোধনৰো দাবী উত্থাপন কৰি আহিছে।

আনহাতে বিগত তিনিমাহ ধৰি ৰাজতন্ত্ৰৰ বিৰোধী বিক্ষোভত দিকবিদিক হেৰুৱাই পেলোৱা দেশখনৰ চৰকাৰে যোৱা ১৫ অক্টোবৰত হঠাতে দেশব্যাপী জৰুৰী অৱস্থা ঘোষণা কৰিছে। ইয়াৰ পিছৰে পৰা দেশখনৰ ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

Today, Thai government decided to block PornHub from their citizens. If someone doesn’t hate the current military government, now they probably do. The major reason is there’s a famous clip of the current King in it, and it’s in appropriate place. #savepornhub #พลังเงี่ยน https://t.co/14qUOC7ucb

— Jirawat Punnawat ?⚡️ (@JirawatPunnawat) November 2, 2020

ৰাজনৈতিকভাৱে এক জটিল পৰিস্থিতি সন্মুখীন হৈ থকাৰ সময়তে দেশখনৰ চৰকাৰে দেশত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইত নিষিদ্ধ কৰি যেন জ্বলা জুইত ঘিউহে ঢালিলে।

দেশখনৰ কেবাটাও সংস্থাই চৰকাৰৰ এই নিষিদ্ধকৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। সামাজিক মাধ্যমৰ যোগেদি #SavePornhub বুলি অভিযান আৰম্ভ কৰা সংস্থাসমূহে দেশৰ নাগৰিকৰ বাক স্বাধীনতাক দেশৰ চৰকাৰে হস্তক্ষেপ কৰিছে বুলিও দাবী কৰিছে।

উল্লেখ্য যে ২০১৯ বৰ্ষত বিশ্বৰ সৰ্বাধিক পৰ্ণহাব ব্যৱহাৰকাৰী তথা দশনকাৰী বিশ্বৰ ২০ খন দেশৰ ভিতৰত থাইলেণ্ডো আছিল। সেয়ে দেশৰ চৰকাৰে দেশখনত পৰ্ণহাবসহ ১৯০ টা পৰ্ণ ৱেবচাইট নিষিদ্ধ কৰা বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd