• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ বিৰোধিতা সৰ্বা-হিমন্তৰ : ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে আজিৰ দিনটো এটা ক’লা দিন’

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 11:18 am
unnamed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই মুম্বাই আৰক্ষীৰ এই কাণ্ডক গৰিহণা দিয়াৰ লগতে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰ সমালোচনা কৰিছে।

Apply Now

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় গণতন্ত্ৰৰ বাবে আজি দিনটো এটা ক’লা দিন বুলিও অভিহিত কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে মুম্বাই আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অর্ণৱ গোস্বামীক মুকলি কৰি দি মহাৰাষ্ট্ৰ চৰকাৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰি লাগে বুলি মন্তব্য কৰিছে।

A Black Day for Indian demoracy.

I strongly condemn the assault on senior journalist #ArnabGoswami by Mumbai police. Vendetta politics should be stopped and freedom of press should be maintained in Maharashtra by releasing Mr Goswami immediately.

— Sarbananda Sonowal (@sarbanandsonwal) November 4, 2020

ইফালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টুইট কৰি মুম্বাই আৰক্ষীয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে অৰ্ণৱ গোস্বামীৰ কণ্ঠৰুদ্ধ কৰিলৈ গ্ৰেপ্তাৰ কৰা বুলি কৈ গৰিহণা দিছে। মন্ত্ৰী শৰ্মাই এই ঘটনাক লজ্জাজনক আখ্যা দিয়াৰ লগতে মহাৰাষ্ট্ৰত এতিয়া জৰুৰীকালীন অৱস্থা চলি থকাৰ দৰে হৈছে বুলিও মন্তব্য কৰিছে।

.@republic Editor-in-Chief Arnab Goswami physically assaulted & arrested by Mumbai police is nothing but muzzling freedom of press by the vindictive M’rashtra govt. Strongly condemn this shameless politically motivated Mumbai police action. It’s like Emergency days in Maharashtra

— Himanta Biswa Sarma (@himantabiswa) November 4, 2020

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে টুইট কৰি অর্ণৱ গোস্বামী গ্ৰেপ্তাৰক মহাৰাষ্ট্ৰ চৰকাৰৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰি জৰুৰীকালীন অৱস্থাক পুনৰ মনত পেলায় দিয়া বুলি উল্লেখ কৰিছে।

We condemn the attack on press freedom in #Maharashtra. This is not the way to treat the Press. This reminds us of the emergency days when the press was treated like this.@PIB_India @DDNewslive @republic

— Prakash Javadekar (@PrakashJavdekar) November 4, 2020

বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰিছে।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

অভিযোগ উঠিছিল যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকে কামৰ বিনিয়মত পাব লগীয়া ৫.৪০ কোটি টকা অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতেশ চাদ্ৰাই আদায় দিয়া নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd