• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত গতালে মেঘালয় আৰক্ষীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2020 9:23 am
deputycommander-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন), আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰিছে মেঘালয় আৰক্ষীয়ে।

উল্লেখ্য যে, বুধবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য তথা উপ সভাপতি পৰেশ অসমৰ অতি ঘনিষ্ঠ আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত মেঘলায় আৰক্ষী আৰু  এছএফ-10 কামাণ্ডৰ ওচৰত অন্য চাৰি সতীৰ্থসহ আত্মসমৰ্পণ কৰিছিল।

Apply Now

বিশেষ সূত্ৰৰ খবৰ অনুসৰি দৃষ্টি ৰাজখোৱাৰ দলটোৱে মেঘালয় আৰক্ষী আৰু এছএফ-10 কামাণ্ডৰ যুটীয়া অভিযানকাৰী বাহিনীৰ সৈতে আধাঘণ্টা জোৰা সংঘৰ্ষৰ পিছত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল।

আত্মসমৰ্পণ কৰাৰ পিছত দৃষ্টি ৰাজখোৱাৰ লগতে তেওঁৰ সৈতে আত্মসমৰ্পণ কৰা দলটো মেঘালয় আকক্ষীৰ জিম্মাত আছিল।

ইফালে কালি এই খবৰ লাভ কৰাৰ লগে লগে অসম আৰক্ষীৰ এটা দলে মেঘালয়লৈ ৰাওনা হয়।

বুধবাৰে সন্ধিয়া মেঘালয় আৰক্ষীয়ে আলফা(স্বা)ৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱাক অসম আৰক্ষীৰ হাতত অৰ্পণ কৰাৰ কথা টুইটাৰ যোগে জনাইছে।

Deputy Commander-in-Chief of United Liberation Front of Assam-Independent (ULFA-I) Dhristi Rajkhowa has been handed over to @assampolice and Security Forces, after he surrendered on Wednesday evening to Meghalaya Police. pic.twitter.com/YeMFNIvTPJ

— Meghalaya Police (@MeghalayaPolice) November 12, 2020

অৱেশ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে এই প্ৰতিবেদন প্ৰস্তুত কৰি থকালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা বিৰুদ্ধে অসম আৰক্ষীত হত্যা আৰু অপসৰহণৰ প্ৰায় দুই ডজন গোচৰ ৰুজু হৈ আছে।

বাংলাদেশৰ পৰা মেঘালয়ত প্ৰৱেশ কৰি বিগত কিছু দিন ধৰি আলফা(স্বা) উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাত বাহৰ পাতি আছিল বুলি ভাৰতীয় চোৰংচোৱা নিশ্চিত হৈছিল।

“২০ অক্টোবৰত দক্ষিণ গোৰা হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত কামাণ্ড’ আৰু মেঘালয় আৰক্ষীয়ে চলোৱা অভিযানৰ পিছৰে তেওঁ পলায়ন কৰি আছিল।” মেঘালয়ৰ আৰক্ষীৰ এক টুইটত এইদৰে কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd