• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ কেলিফ’ৰ্নিয়াত বনজুইৰ সংহাৰ, হাজাৰ হাজাৰ লোকক স্থানান্তৰিত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 5:14 pm
a wil fire
1.1k
VIEWS
Share on FacebookShare on Twitter

কেলিফ’ৰ্ণিয়াৰ দক্ষিণ অঞ্চলত বনজুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

বিগত দুদিন ধৰি ৫০০ খন হেলিকপ্তাৰেৰে আৰ্ছেনল প্ৰয়োগ কৰিও  নিৰ্বাপিত  কৰিব পৰা হোৱা নাই এই বিধ্বংসী বনজুই।

কিছুদিন পূৰ্বে কেলিফ’ৰ্ণিয়াৰ বনজুইত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লৈছিল ১১ জন লোকে।

শেহতীয়া বনজুইত কেলিফ’ৰ্ণিয়াৰ সমতল আৰু পাহাৰসহ ৩,৬৫০ একৰ সেউজ বনভূমি জাহ গৈছে।  হাজাৰৰো অধিক ঘৰ ভস্মীভূত হৈছে এই বনজুইত।

প্ৰতি দিনে প্ৰায় বহু সেউজ বনভূমি জ্বলি ছাই হৈছে এই বনজুইত।

ইতিমধ্যে সহস্ৰাধিক  লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বহু বন্য জীৱ-জন্তু এই বনজুইত জাহ গৈছে। বন্য প্ৰাণীৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে।

বনজুই নিৰ্বাপন কৰিবলৈ ১২ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক, হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট নিয়োজিত কৰা হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অহা নাই। বৰং নতুন নতুন ঠাইলৈ বিয়পি গৈছে বনজুই।

উল্লেখ্য প্ৰতি বছৰে এই সময়ছোৱাত আমেৰিকাৰ কেলিফ’ৰ্নিয়াকে ধৰি আন বহু কেইখন প্ৰদেশত বনজুয়ে সংহাৰৰ সৃষ্টি কৰে।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। মাৰ্কিন প্ৰশাসনে বনজুই নিয়ন্ত্ৰণ কৰিবলৈ কেলিফ’ৰ্নিয়াৰ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd