• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বাংলাদেশৰ কোনো কূটনৈতিক বিষয়াৰ পত্নীক আমি নিযুক্তি দিয়া নাই’; টপচেম চিমেণ্টৰ স্পষ্টীকৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2020 4:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশী কূটনৈতিক বিষয়াৰ পত্নীক টপচেম চিমেণ্টৰ কাৰ্য্যালয়ত নিযুক্তি দিয়া বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰিছে টপচেম চিমেণ্টে।

নিৱনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰি থকাৰ সময়ত থলুৱাক বঞ্চিত কৰি বাংলাদেশী কূটনৈতিক বিষয়াৰ পত্নীক টপচেম চিমেণ্টে নিযুক্তি দিয়া বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে টপচেম চিমেণ্টৰ তৰফৰ পৰা এই সম্পৰ্কত স্পষ্টীকৰণ দাঙি ধৰি তেওঁলোকে থলুৱাৰ নিযুক্তিক লৈ যথেষ্ট সতৰ্ক আৰু প্ৰতিক্ষেত্ৰত থলুৱাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ চেষ্টা চলাই আহিছে বুলি উল্লেখ কৰে।

Apply Now

লগতে পঢ়ক: নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত বাংলাদেশীক নিযুক্তি; গৰজি উঠিল কংগ্ৰেছ, জাতীয় দল-সংগঠন

‘‘বাংলাদেশৰ কোনো কূটনৈতিক বিষয়াৰ পত্নীক আমাৰ ফালৰ পৰা নিযুক্তি প্ৰদান কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে তেখেতে কেৱল ইণ্টাৰ্ণশ্বীপ কৰিবলৈ এটা নিৰ্দিষ্ট সময়ৰ বাবে ইয়ালৈ আহিছিল আৰু তেখেতৰ ইণ্টাৰ্ণশ্বীপৰ সময়সীমা ইতিমধ্যে অন্ত পৰিছে। বৰ্তমান আমাৰ কোম্পানীৰ সৈতে তেখেতৰ কোনো সম্পৰ্ক নাই,’’ টপচেম চিমেণ্টৰ ব্যৱস্থাপনা মণ্ডলীয়ে প্ৰকাশ কৰা স্পষ্টীকৰণ পত্ৰত এইদৰে উল্লেখ কৰে।

লগতে পঢ়ক : নিবনুৱাৰ পেটত গোৰ মাৰি Topcem চিমেন্টে গুৱাহাটীত নিযুক্তি দিলে বাংলাদেশী কূটনীতিকৰ পত্নীক

উল্লেখযোগ্য যে, গুৱাহাটীৰ মেগা প্লাজাত থকা টপচেম চিমেন্টৰ কৰ্পোৰেট কাৰ্যালয়ত ছিনিয়ৰ মেনেজাৰ হিচাপে মুনেৰা আজম নামৰ মহিলাগৰাকীয়ে চাকৰি কৰি থকা বুলি নৰ্থ-ইষ্ট নাওত বাতৰি প্ৰকাশ কৰা হৈছিল।

মুনেৰা গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰৰ পত্নী।

নৰ্থ-ইষ্ট নাওত এই সম্পৰ্কে সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পাছতে টমচেম চিমেন্টৰ বিৰুদ্ধে কংগ্ৰেছকে ধৰি আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন জাতীয় দল-সংগঠনে জাঙুৰ খাই উঠিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd