• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ত কঁপিছে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বী, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 8:24 pm
a bkureshi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে।

এই আশংকা ব্যক্ত কৰিছে পাকিস্তানৰ বিদেশ মন্ত্ৰীশ্বাহ মেহমুদ কুৰেশ্বীয়ে।

Apply Now

সংযুক্ত আৰৱ গণৰাজ্যৰ আবুধাবিত আজি পাকিস্তানৰ বিদেশমন্ত্ৰী কুৰেশ্বিয়ে এই আশংকা ব্যক্ত কৰি কয় যে ভাৰতৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খন এতিয়া বহু চাপৰ মাজত আছে।

বিশেষকৈ কৃষক বিদ্ৰোহে চৰকাৰ খনক কঁপা তুলিছে। এনে পৰিস্থিতিত ভাৰতৰ চৰকাৰে কৃষক বিদ্ৰোহৰ বিষয়টোক মানুহৰ মনৰ পৰা আঁতৰাই নিবলৈ পাকিস্তানৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি কুৰেশ্বীয়ে কয় যে এই ব্যৰ্থতা ঢাকি ৰখাৰ বাবেও ভাৰতে পাকিস্তানৰ বিৰুদ্ধ ছাৰ্জিকেল ষ্ট্ৰাইক চলাব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে।

উল্লেখ্য কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাই ২০ জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰাৰ পিছতে ভাৰতীয় বায়ুসেনাই নিশাৰ অন্ধকাৰত পাক অধিকৃত কাশ্মীৰৰ বালাকোটত স্থাপন কৰা পাক সন্ত্ৰাসবাদীৰ শিবিৰত আক্ৰমণ চলাইছিল।

ভাৰতৰ এই ছাৰ্জিকেল ষ্ট্ৰাইকে সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকে কঁপাই তুলিছিল পাকিস্তানৰো বুকু। কিন্তু ছাৰ্জিকেল ষ্ট্ৰাইকৰ স্মৃতি মাৰ নৌযাওতেই পাকিস্তানে পুনৰ বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটি স্থাপন কৰা বুলিও কথা ওলাইছে।

সেই ঘাটিত জইছ-ই-মহম্মদৰ দুৰ্ধৰ্ষ নেতা জুবেৰে শ শ যুৱকক ভাৰতৰ বিৰুদ্ধে সংগঠিত কৰাৰ লগতে তেওঁলোকক দি গৈছে সামৰিক প্ৰশিক্ষণ।

ভাৰতীয় চোৰাংচোৱাৰ হাতত  এই তথ্য আহি পৰাৰ পিছতে বিষয়টো সন্দৰ্ভত মুকলিকৈ ষ্পষ্টীকৰণ দিয়াৰ সাহস গোটাব পৰা নাই পাকিস্তানে।

চোৰাংচোৱাৰ তথ্য অনুসৰি পাকিস্তান চৰকাৰৰ পূৰ্ণ সমৰ্থন লাভ কৰি দেশ খনত এতিয়া সক্ৰিয় হৈ আছে ৪০ হাজাৰৰো অধিক সন্ত্ৰাসবাদী।

সেয়ে বালাকোটত পুনৰ পাক সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰাক চাই কাশ্মীৰত পুনৰ পুলৱামা সদৃশ ভয়ংকৰ কূটাঘাত সংঘটিত হোৱাৰ আশংকাই গা কৰি উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd