• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক বিদ্ৰোহত মৃত্যু ঘটা কৃষকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি, আজি দেশজুৰি শ্ৰদ্ধাঞ্জলি দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 9:37 am
farmersprotests
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীকে ধৰি বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিকৰ বাৰম্বাৰ আহ্বানৰ পিছতো ক্ষান্ত হোৱা নাই প্ৰতিবাদী কৃষকসকল।

কোনো কাৰণত তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন প্ৰত্যাৰ কৰিবলৈ সন্মত হোৱা নাই কৃষকসকলে।

Apply Now

দিল্লীৰ তেজ গোট মৰা শীতৰ মাজতে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ মাজৰে ৩৩ জনৰ ইতিমধ্যে শীত প্ৰৱাহৰ ফলত প্ৰতিবাদস্থলীতে মৃত্যু ঘটিছে।

নিজৰ ঘৰৰ পৰা হাজাৰ কিলোমিটাৰ নিলগত এনেদৰে প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰিবলৈ আহি মৃত্যুক সাৱটি লোৱা ৩৩ গৰাকী কৃষকৰ আত্মাৰ সদগতি কামনা কৰি আজি নিখিল ভাৰত কৃষক সভাই সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি দিৱসৰ আয়োজন কৰিছে।

সেই মৰ্মে  আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দেশৰ প্ৰায় ১ লাখ খন গাওঁত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হ’ব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নৱেম্বৰত দিল্লী চ’লো কাৰ্যসূচীৰে দেশৰ কৃষকসকলে আৰম্ভ কৰিছিল কৃষক বিদ্ৰোহ।

কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী কৃষকসকলক সীমান্তত দিল্লী প্ৰৱেশত বাধা প্ৰদান কৰে। দিল্লী সংযোগী সকলো পথকে বিদ্ৰোহী কৃষকক প্ৰৱেশ নিষিদ্ধ কৰি বন্ধ কৰি দিলে দিল্লী আৰক্ষীয়ে।

ইয়াৰ পিছতে দিল্লী অভিমুখী বিদ্ৰোহী কৃষকসকলে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থান কৰিবলৈ বাধ্য হৈ পৰে।

হাৰিয়ানা অতিক্ৰম কৰি অহা পঞ্চাৱৰ কৃষকৰ লগতে হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে হাৰিয়ানা-দিল্লী চিঙ্ঘু সীমান্তত যোৱা ২৬ নৱেম্বৰৰ পৰা ২৪ দিন প্ৰচণ্ড শীততো দিন ৰাতি একাকাৰ কৰি কৃষক বিদ্ৰোহ অব্যাহত ৰাখিছে।

ইফালে চিঙ্ঘু সীমান্ততে বুধবাৰে কৃষক বিদ্ৰোহৰ প্ৰতি নিজৰ জীৱন উছৰ্গা কৰি বাবা ৰাম সিং নামৰ শিখ ধৰ্মগুৰু এজনে আত্মহত্যা কৰিছে।

“আমি প্ৰচণ্ড শীত আৰু শীত প্ৰৱাহৰ সৈতে যুঁজিব লগা হৈছে। প্ৰচণ্ড শীত আৰু বৰষুণ হ’লেও আমি আমাৰ দাবী পূৰণ নোৱোহালৈকে ইয়াত প্ৰতিবাদ কৰি থাকিম।” এজন কৃষকে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd