• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাগ্ৰামাক ‘চিফ’ হোৱাৰ সুযোগ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে!, ফ্ল’ৰ টেষ্টৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2020 9:48 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজাৰ হাজাৰ জনতাক সাক্ষী কৰি যোৱা ১৫ ডিচেম্বৰত বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োৱে শপত লৈছিল। আৰু এতিয়া মাত্ৰ ১০ দিনৰ ভিতৰতেই অনিশ্চিয়তাৰ ফালে গতি কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি।

কিয়নো এইবাৰ আস্থাৰ ভোটতহে সংখ্যগৰিষ্ঠতা প্ৰদৰ্শন কৰি মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰিবলৈ মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

Apply Now

অৰ্থাৎ অহা ২৬ ডিচেম্বৰৰ ভিতৰত ফ্ল’ৰ টেষ্টৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰিব লাগিব বুলি স্পষ্টভাৱে নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে।

বি পি এফ প্ৰধান হাগ্রামা মহিলাৰীৰ লগতে দলৰ আন পাঁচজন সদস্যৰ এখন লেখ আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ আদালতে মঙলবাৰে এই নির্দেশ দিয়ে৷

উল্লেখ্য যে নিয়ম উলংঘন কৰি প্রমোদ বড়োৰ নেতৃত্বত বিটিচি গঠন হোৱাৰ অভিযোগ আনি লেখ আৱেদনৰ জৰিয়তে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হাগ্রামা মহিলাৰী আৰু বি পি এফৰ অন্য নির্বাচিত সদস্য৷

ন্যায়ালয়ৰ নিৰ্দেশত কোৱা হয় যে ফ্ল’ৰ টেষ্টৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে কেৱল প্ৰমোদ বড়োই নহয় আন দলৰ নিৰ্বাচিত সদস্যইও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। আৰু যিজন সদস্যই আস্থা ভোটত সৰ্বাধিক ভোট লাভ কৰিব তেঁৱেই হ’ব পৰৱৰ্তী মুখ্য কাৰ্যবাহী সদস্য।

ইফালে ন্যায়ালয়ে দিয়া নির্দেশ অনুসৰি ফ্ল’ৰ টেষ্টত সকলো নির্বাচিত সদস্যই অংশগ্রহণ কৰিব লাগিব যদিও ৰাজ্যপালে মনোনীত কৰা সদস্যই অংশগ্রহণ কৰিব নোৱাৰিব৷

উল্লেখ্য যে বিটিচিৰ নিৰ্বাচনত ১৭ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো বি পি এফে চৰকাৰ গঠন কৰাৰ কোনো সুযোগ নাপালে।

কিয়নো ফলাফল ঘোষণা হোৱাৰ নিশাই প্ৰমোদ বড়োৰ য়ু পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ মাজত মিত্ৰতা গঢ় লৈ উঠে আৰু ৰাজ্যপালক সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দি চৰকাৰ গঠন কৰিছিল।

এই কথাত একপ্ৰকাৰ ক্ষুব্ধ হৈ পৰিছিল বিগত ১৭ বছৰে বিটিচিৰ বাঘজৰী দখল কৰি থকা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু ইয়াৰ পিছতে তেওঁ আৰু তেওঁৰ আন সহযোগীসকল দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ।

প্ৰমোদ বড়োৱে চৰকাৰ গঠনৰ পিছতো হাগ্ৰামাই বিটিচিৰ চিফ হ’ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছিল আৰু এতিয়া ন্যায়ালয়ে সেই সুযোগ দিয়াত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া এই সমগ্ৰ বিষয়টোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd